• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাটছএপ

হোৱাটছএপৰ নতুন ফীচাৰঃ আপুনি উদ্দেশ্য কৰি দিয়া লোকজনে চাব লাগিব আপোনাৰ হোৱাটছএপ ষ্টেটাছ!

2 years ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

19 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

43 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

10 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

11 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

13 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

15 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হোৱাটছএপৰ নতুন ফীচাৰঃ আপুনি উদ্দেশ্য কৰি দিয়া লোকজনে চাব লাগিব আপোনাৰ হোৱাটছএপ ষ্টেটাছ!

editor by editor
March 18, 2024
in প্ৰযুক্তি
0
হোৱাটছএপ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ চালেনে নাই! কেতিয়া চাব! হোৱাটছএপ ষ্টেটাছত ফটো এখন লগাই বাৰে বাৰে চাইছে ভিউজ। যিগৰাকী বিশেষ ব্যক্তিক উদ্দেশ্য কৰি ষ্টেটাছটো লগোৱা হয় সেই ব্যক্তিগৰাকীয়ে নোচোৱালৈ উগুল-থুগুল লাগি থাকে। ষ্টেটাছটো তেওঁ চোৱাৰ পাছতহে যেন শান্তি! কেতিয়াবা যাক উদ্দেশ্য কৰি ষ্টেটাছ দিয়া হয়, তেওঁ নোচোৱাকৈয়ে ২৪ ঘণ্টা উকলি যায় আৰু উদ্দেশ্য সিদ্ধি নোহোৱাকৈয়ে হোৱাটছএপ ষ্টেটাছটো নাইকীয়া হৈ যায়।

জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে নিয়মিত অন্তৰালত ইয়াৰ বিভিন্ন ফীচাৰ আপডেট কৰে। শেহতীয়াকৈ হোৱাটছএপে আন এক নতুন আকৰ্ষণীয় ফীচাৰ লৈ আহিছে। হোৱাটছএপ ষ্টেটাছক লৈ এক ফীচাৰ আপডেট কৰিছে হোৱাটছএপে। এতিয়া আপুনি উদ্দেশ্য কৰি দিয়া লোকজনে চাব লাগিব আপোনাৰ হোৱাটছএপ ষ্টেটাছ। ষ্টেটাছত মেনশ্যন কৰাৰ সুবিধা উপলব্ধ কৰিছে হোৱাটছএপে।

হোৱাটছএপৰ নতুন ফীচাৰ আপডেট অনুসৰি ষ্টেটাছত কনটেক্ট মেনশ্যন কৰাৰ সুবিধা উপলব্ধ হ’ব। এই ফীচাৰৰ সহায়ত আপুনি যাক উদ্দেশ্য কৰি হোৱাটছএপ ষ্টেটাছ লগায় তাত তেওঁক মেনশ্যন কৰিব পাৰিব। আপুনি ষ্টেটাছ লগোৱাৰ লগে লগে মেনশ্যন কৰা লোকজনে নটিফিকেশ্যন লাভ কৰিব। সম্প্ৰতি এই ফীচাৰটোৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে আৰু শীঘ্ৰেই হোৱাটছএপৰ নতুন আপডেটত ই উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

হোৱাটছএপৰ নতুন আপডেট সম্পৰ্কীয় খবৰ প্ৰচাৰ কৰা ৱেবচাইট wabetainfo ত এই ফীচাৰৰ কথা উল্লেখ কৰা হৈছে। ২০০ কোটিৰো অধিক লোকে ব্যৱহাৰ কৰা মেছেজিং এপ হোৱাটছএপৰ এই নতুন ফীচাৰে ব্যৱহাৰকাৰীক বেচ আমোদ দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

July 6, 2026
Next Post
প্ৰেম মানি নোলোৱাই ভুল!  যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

প্ৰেম মানি নোলোৱাই ভুল! যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.