• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম মানি নোলোৱাই ভুল!  যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

প্ৰেম মানি নোলোৱাই ভুল! যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

3 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

2 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

2 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

3 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

3 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

3 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

3 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

5 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

6 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

7 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

8 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেম মানি নোলোৱাই ভুল! যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

editor by editor
March 19, 2024
in অসম, গুৱাহাটী
0
প্ৰেম মানি নোলোৱাই ভুল!  যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম মানি নোলোৱাই ভুল! মহানগৰীত যুৱকে নিৰ্যাতন চলালে যুৱতীক, কোনোমতে পলাই প্ৰাণ ৰক্ষা

দিনে দিনে যেন অপৰাধৰ থলী হৈ পৰিছে গুৱাহাটী মহানগৰী। পুনৰ আন এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেম মানি নোলোৱাৰ বাবেই এগৰাকী যুৱতীক নিৰ্যাতন যুৱকৰ।

কোনোমতে প্ৰাণ ৰক্ষা কৰি যুৱতীগৰাকী পলাই আহি আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। পূৰ্বৰে পৰা ভাল বন্ধুত্ব থকা যুৱক-যুৱতীহাল বহু দিনৰে চিনাকি।

সেই চিনাকি সূত্ৰেই যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিছিল যুৱতীক। পাছে কেৱল বন্ধু বুলি ভৱা যুৱতীয়ে প্ৰত্যাখ্যান কৰে সেই প্ৰেমৰ। যি কথাতে ক্ৰোধান্বিত হৈ যুৱকে পুনৰ আগবঢ়াই প্ৰেমৰ প্ৰস্তাৱ।

এইবাৰ প্ৰথমে এক ভাড়াঘৰলৈ ফুচুলাই নি পুনৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই, পাছে এইবাৰো যুৱতীয়ে সেয়া প্ৰত্যাখ্যান কৰাত এচিড ঢালি প্ৰাণে মৰাৰ ভাবুকি দিয়ে যুৱকে। লগতে ধৰ্ষণৰো অপচেষ্টা চলায়।

কোনোমতে প্ৰাণ লৈ সেই স্থানৰ পৰা পলায়ন কৰি যুৱতী কাষ চাপে দিছপুৰ আৰক্ষীৰ। তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা। আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি সেই অভিযুক্ত যুৱকৰ নাম হৃদয় ডেকা।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ পলাতক অৱস্থাত আছে অভিযুক্ত যুৱক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policeCity policeGhy Policeguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
Next Post
3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.