• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?

আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?

4 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

1 hour ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

2 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

2 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

3 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

4 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

5 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

7 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

8 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?

editor by editor
January 23, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল বলীউড অভিনেতা ৰণবীৰ-আলিয়া। ২০২২ বৰ্ষৰেই জুন মাহত আলিয়া-ৰণবীৰে দিছিল সন্তান আগমনৰ খবৰ। খবৰটোৰ প্ৰায় ৫ মাহৰ অন্ততেই আলিয়া-ৰণবীৰৰ জীৱনলৈ আহিল সন্তান ৰাহা। বৰ্তমান ৰাহাৰ বয়স প্ৰায় ৩ মাহ। তাৰমাজতেই আকৌ এবাৰ চৰ্চা হৈছে আলিয়া পুনৰ সন্তানসম্ভৱা।
দেওবাৰে এই খবৰটো সমগ্ৰতে ভাইৰেল হৈ পৰিছে। কিছুদিন পূৰ্বে এটা বিশেষ ফটোশ্ব’টত অংশগ্ৰহণ কৰিছিল আলিয়াই। ফটোশ্ব’টৰ বিশেষ ফটোকেইখন দেখা মাত্ৰকেই নেটিজেনে আৰম্ভ কৰিছে চৰ্চা।

বহুসংখ্যকে সামাজিক মাধ্যমত লিখিছে, কাপুৰ পৰিয়াল হাম দৌ হামাৰে দৌ নীতিতেই বিশ্বাসী। বিয়াৰ পূৰ্বেই বহুকেইটা অনুষ্ঠানত আলিয়া-ৰণবীৰে এই বাসনাৰ কথা কৈ আহিছে। কিন্তু দ্বিতীয়টো সু-খবৰ কেতিয়া দিব ৰণবীৰ-অলিয়াই? এই সময়ত কন্যা ৰাহাক লৈ ব্যস্ত আলিয়া-ৰণবীৰ। কৰ্মক্ষেত্ৰলৈয়ো আলিয়াই এইসময়ত উভতি যাব বিচৰা নাই বুলি এক সাক্ষাৎকাৰত উল্লেখো কৰিছিল। পুনৰ সন্তান সম্ভৱাৰ বিষয়টো এক উৰাবাতৰি বুলিহে এক সূত্ৰই প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

August 18, 2026
Next Post
অসমত প্ৰায় ১ লাখ বাল্য বিবাহ হৈছে! কঠোৰ হৈছে হিমন্ত চৰকাৰ, কেবিনেটত ল’লে এইকেইটা বৃহৎ সিদ্ধান্ত…

অসমত প্ৰায় ১ লাখ বাল্য বিবাহ হৈছে! কঠোৰ হৈছে হিমন্ত চৰকাৰ, কেবিনেটত ল’লে এইকেইটা বৃহৎ সিদ্ধান্ত...

আই এম শ্বাহৰুখ খান, আই উইল ট’ক টু ইউ… আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ? চিএমে আকৌ পাঠানক লৈ কি ক’লে?

আই এম শ্বাহৰুখ খান, আই উইল ট’ক টু ইউ... আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ? চিএমে আকৌ পাঠানক লৈ কি ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.