• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

2 years ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

7 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

25 minutes ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

44 minutes ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

2 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

3 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

4 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

5 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

6 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

19 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

editor by editor
March 29, 2024
in ভাৰত
0
১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

কালি বৃহস্পতিবাৰে নিশা ১০.৩০ মিনিটত নিধন হয় পূৱৰ কুখ্যাত ডন মুখতাৰ আনচাৰীৰ। মৃত্যুৰ সময়ত কাৰাবাস খাটি আচিল আনচাৰীয়ে। হাৰ্ট এটেকত মৃত্যু হয় ডনৰ।

পাছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে আন এক হে। কুখ্যাত ডন মুখতাৰ আনচাৰীৰ সমানেই কুখ্যাত আছিল পত্নী আফছা আনচাৰী। যি আফছাৰ বিৰুদ্ধে আছে ১৩ টা গোচৰ, লগতে তেঁওৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰষ্কাৰ।

বহু বছৰৰ পৰা লুকাই আছে আফছা। আৰক্ষীয়ে বহু সন্ধান কৰিয়ো কতো কোনো শুং সূত্ৰ উলিয়াব পৰা নাই মুখতাৰ আনছাৰীৰ পত্নী আফছা আনচাৰীৰ।

যাৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্বামীৰ অন্তিম ক্ৰিয়াৰ সময়ত উপস্থিত হ’বনে পত্নী। শেষ বাৰৰ বাবে স্বামীক দেখা কৰিব আহিব নে আফছা। নে ধৰা পৰাৰ ভয়ত এইবাৰো লুকাই থাকিব।

উল্লেখ্য যে, বহু মাটি-বাৰী সংক্ৰান্তীয় গোচৰত দোষী আফছা। টকাৰ বাবে বহু নকৰিবলগীয়া কাম কৰি থৈছে। বহু লোকৰ পৰা টকা খোৱাৰ লগতে চৰকাৰী মাটি দখল কৰি নিজৰ নামত কৰাৰ পৰা আনৰ মাটি কোনো অন্যক বিক্ৰী কৰা আদি বহুতো গোচৰ আছে আফছাৰ বিৰুদ্ধে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Don Mukhtar AnsariDon Mukhtar Ansari wifeMoist wantedMukhtar Ansari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

ৰং পঞ্চমী- কালি এইদৰে ভগৱান শিৱৰ অভিষেক কৰক, মনে বিচৰা বৰদান লাভ কৰক

ৰং পঞ্চমী- কালি এইদৰে ভগৱান শিৱৰ অভিষেক কৰক, মনে বিচৰা বৰদান লাভ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.