• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

3 months ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

30 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

1 hour ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

13 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

বহুবাৰ বৈষম্যৰ বলি হৈছিল দিয়া মিৰ্জা

editor by editor
July 18, 2026
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন
0
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডত অভিনেত্ৰীসকলক শৰীৰটো লৈ বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ দিয়া কথাটো নতুন নহয়। বলিউডৰ প্ৰতিভাশালী আৰু সুন্দৰ অভিনেত্ৰীসকলৰ ভিতৰত দিয়া মিৰ্জা অন্যতম। দিয়া মিৰ্জাকো নিজৰ চেহেৰাত পৰিবৰ্তন আনিবলৈ পৰামৰ্শ দিয়া হৈছিল বুলি শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে যে তেওঁক ব্ৰে*ষ্টৰ আকাৰ বৃদ্ধি কৰিবলৈ আৰু ওঁঠত ফিলাৰ (ইঞ্জেকচন) কৰাবলৈ বহুবাৰ পৰামৰ্শ দিয়া হৈছিল।

বলিউড অভিনেত্ৰী দিয়া মিৰ্জা নিজৰ স্পষ্টভাষী স্বভাৱৰ বাবে জনাজাত। অভিনয়ৰ লগতে তেওঁ সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় আৰু বিভিন্ন সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি আহিছে। এইবাৰ তেওঁ চলচ্চিত্ৰ উদ্যোগত প্ৰচলিত সৌন্দৰ্যৰ মান সম্পৰ্কে মুকলিকৈ প্ৰকাশ কৰিছে। দিয়া মিৰ্জাই কয় যে চলচ্চিত্ৰ উদ্যোগত অভিনেত্ৰীসকলক অধিক সুন্দৰ দেখুৱাবলৈ বিভিন্ন ধৰণৰ চাপ দিয়া হয়। তেওঁ প্ৰকাশ কৰে যে উদ্যোগত নতুনকৈ অহাৰ সময়ত তেওঁকো বহুতে নিজৰ চেহেৰা সলনি কৰিবলৈ পৰামৰ্শ দিছিল। বিশেষকৈ ওঁঠত ইঞ্জেকচন ল’বলৈ আৰু ব্ৰে*ষ্টৰ আকাৰ বৃদ্ধি কৰিবলৈ কোৱা হৈছিল। আটাইতকৈ আচৰিত কথাটো হ’ল, এনে পৰামৰ্শ সদায় পুৰুষসকলৰ পৰাই আহিছিল; কোনো মহিলাই কেতিয়াও তেওঁক এনে কথা কোৱা নাছিল।

বৈষম্যৰ বলি হৈছিল দিয়া মিৰ্জা

যেতিয়া দিয়াক সোধা হয় যে বয়স বা চেহেৰাক লৈ তেওঁ কেতিয়াবা বৈষম্যৰ সন্মুখীন হৈছিল নেকি, তেতিয়া তেওঁ কয় যে এনে অভিজ্ঞতা তেওঁৰ বহুবাৰ হৈছিল। তেওঁ জনায়, বহুতে কৈছিল যে যদি তেওঁ অধিক আকৰ্ষণীয় দেখাব বিচাৰে, তেন্তে ওঁঠ আৰু শৰীৰত পৰিবৰ্তন আনিব লাগিব। অভিনেত্ৰীগৰাকীৰ ভাষাত, “এই পৰামৰ্শ সদায় পুৰুষসকলৰ পৰাই আহিছিল। কোনো মহিলাই কেতিয়াও মোক ওঁঠত ইঞ্জেকচন ল’বলৈ বা ব্ৰেষ্টৰ আকাৰ বৃদ্ধি কৰিবলৈ কোৱা নাছিল।” দিয়া মিৰ্জাই আৰু কয় যে এনে মন্তব্যই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। সেই সময়ত তেওঁ নিজৰ মাজতেই কিবা অভাৱ আছে বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। আচৰিত বিষয়টো হ’ল, এই সকলো ঘটিছিল তেতিয়া, যেতিয়া তেওঁ ইতিমধ্যে দুটা ডাঙৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ জয়ী লৈছিল। সেই সময়ত তেওঁৰ বয়স ২০ বছৰৰো কম আছিল। তেওঁ জনায়, কেতিয়াবা কোনো পৰিচালক, কেতিয়াবা কোনো চলচ্চিত্ৰ নিৰ্মাতা, আনহাতে কেতিয়াবা নিজকে বিশেষজ্ঞ বুলি দাবী কৰা ব্যক্তিয়ে তেওঁক এনে ধৰণৰ পৰামৰ্শ দিছিল।

দিয়া মিৰ্জাই কয় যে প্ৰতিগৰাকী মহিলাক তেওঁলোক যিদৰে আছে, সেইদৰেই গ্ৰহণ কৰা উচিত। তেওঁৰ মতে, বাহ্যিক সৌন্দৰ্যতকৈ অধিক গুৰুত্বপূৰ্ণ হৈছে নিজৰ শৰীৰ আৰু নিজক স্বীকাৰ কৰিবলৈ শিকা। তেওঁ বিশ্বাস কৰে যে আত্মবিশ্বাস আৰু নিজৰ প্ৰতি ভালপোৱা-সন্মানেই প্ৰকৃত সৌন্দৰ্য, কছমেটিক পৰিবৰ্তন নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
Next Post
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে... শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.