• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল’গ’, দুগৰাকী সেনা ইয়াৰ মূলতে

6 months ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

8 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

10 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

11 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

13 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

14 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

15 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল’গ’, দুগৰাকী সেনা ইয়াৰ মূলতে

editor by editor
May 28, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল’গ’, দুগৰাকী সেনা ইয়াৰ মূলতে
0
SHARES
721
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে ডিজাইন কৰিছিল অপাৰেচন সিন্দূৰৰ ল’গ’, দুগৰাকী সেনা ইয়াৰ মূলতে

২২ এপ্ৰিলৰ পেহেলগাম ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসাবাদীৰ বিৰুদ্ধে লোৱা প্ৰতিশোধমূলত ব্যৱস্থা স্বৰূপে ৭ মে’ত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ নামৰ এক অভিযান। যি অভিযানৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছিল সমগ্ৰ বিশ্বই। সেই অভিযানতে ভাৰতে নিঃশেষ কৰিছিল পাকিস্তানৰ ১০০ৰো অধিক সন্ত্ৰাসবাদী। লগতে ধ্বংস কৰিছিল বহু কেইটা সন্ত্ৰাসবাদী ঘাটি।

পাছে এই সমগ্ৰ অভিযানটোৰ বিশেষত্ব আছিল ইয়াৰ নাম আৰু ইয়াৰ ল’গ’। কাৰণ LOGO টো আছিল দেশৰ কোটি কোটি মানুহৰ হৃদয় চুই যোৱা বস্তু। ল’গ’টো ক’লা পটভূমিত গাঢ় বগা আখৰেৰে লিখা আছিল ‘OPERATION SINDOOR’। ইয়াৰ Sindoor শব্দটোৰ এটা ‘অ’ আছিল সেন্দূৰৰ এটা বাতি।

পেহেলগামত হিন্দু লোকক ধৰ্ম সুধি পুৰুষ সকলক হত্যা কৰি পত্নীসকলৰ শিৰৰ সেন্দূৰ মচা বাবে এই অভিযানৰ নাম ৰাখিছিল অপাৰেচন সেন্দূৰ। কিন্তু এই নাম আৰু ল’গ’টোক লৈ মানুহৰ মনত এটা প্ৰশ্ন ইমানদিনে আহি আছিল যে অপাৰেচন চিন্দূৰৰ এই ল’গ’টো কোনে ডিজাইন কৰিছিল।

এই ডিজাইনৰ মূলতে আছিল- ভাৰতীয় সেনাৰ দুজন জোৱান। যিয়ে এই ল’গ’টো প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোক দুগৰাকী হৈছে- কৰ্ণেল হৰ্ষ গুপ্তা আৰু হাবিলদাৰ সুৰিন্দৰ সিং।

এই দুই সেনাই অপাৰেচন সিন্দূৰৰ ল’গ’ ডিজাইন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৰ্ণেল হৰ্ষ গুপ্তা পঞ্জাৱ ৰেজিমেণ্টৰ হোৱাৰ বিপৰীতে হাবিলদাৰ সুৰিন্দৰ সিং সেনাবাহিনীৰ আৰ্মি এডুকেচন কৰ্পছৰ। সেনাবাহিনীৰ তথ্য অনুসৰি এই ল’গ’টো টুইটাৰত ৯ কোটি আৰু ইনষ্টাগ্ৰামত ৫১ কোটি বাৰ চোৱা হৈছে।

ভাৰতীয় সেনাৰ আলোচনী ‘বাটচীত’ৰ নতুন সংস্কৰণত অপাৰেচন সিন্দূৰৰ ল’গ’ ডিজাইন কৰা লেফটেনেণ্ট কৰ্ণেল হৰ্ষ গুপ্তা আৰু হাবিলদাৰ সুৰিন্দৰ সিঙৰ ছবি প্ৰকাশ কৰা হৈছে। লগতে লিখিছে যে, দুয়োজন জোৱানে মাত্ৰ ৪৫ মিনিটতে এই ল’গ’টো নিৰ্মাণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyIndian SoldiersOperation SindoorPehelgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

December 5, 2025
Next Post
ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম

হিনা খানৰ পাছত এইবাৰ কেঞ্চাৰত আক্ৰান্ত দীপিকা কক্কড়, ষ্টেজ ২ লিভাৰ কেঞ্চাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন