• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম

ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম

1 year ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

49 minutes ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

1 hour ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

1 hour ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

2 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

3 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

4 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

6 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

7 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

9 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম

editor by editor
May 28, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম
0
SHARES
861
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰতে বহি কিদৰে অনলাইন যোগে বনাব পাৰি আয়ুষ্মান কাৰ্ড, পঢ়ক ইয়াৰ নিয়ম

দেশৰ দৰিদ্ৰ আৰু আৰ্তজনক চৰকাৰে প্ৰদান কৰিছে স্বাস্থ্য বীমাৰ বিশেষ সুবিধা। এইসকল লোকৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনা চলায়। এই কাৰ্ডৰ জৰিয়তে কাৰ্ডৰ গৰাকীয়ে কোনো ৰোগ হ’লে চৰকাৰী চিকিৎসালয়ৰ পৰা বিনামূলীয়া চিকিৎসা লাভ কৰে।

দেশৰ বহু লোকেই ইতিমধ্যে এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আছে। কিন্তু আজিৰ তাৰিখতো বহু লোকে এই কাৰ্ডৰ পৰা বঞ্চিত। কিন্তু জানেনে অতি সহজে ঘৰতে বহি অনলাইন যোগে বনাব পাৰি এই আয়ুষ্মান কাৰ্ড।

উল্লেখ্য যে আয়ুষ্মান কাৰ্ডত এগৰাকী লোকে চৰকাৰৰ পৰা ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়। ইয়াক বনাবলৈ ভাৰত চৰকাৰে কিছু যোগ্যতাৰ মাপকাঠী নিৰ্ধাৰণ কৰিছে। সেই যোগ্যতাৰ মাপকাঠী পূৰণ কৰা লোকসকলৰ বাবেহে আয়ুষ্মান কাৰ্ড তৈয়াৰ কৰা হয়।

আয়ুষ্মান কাৰ্ড পোৱাৰ যোগ্য নে নহয়, এই বিষয়ে জানিবলৈ আপুনি 14555 নম্বৰত ফোন কৰিব পাৰে। অথবা আপুনি আয়ুষ্মান এপ ডাউনলোড কৰিব পাৰে। আৰু তাতেই আপোনাৰ যোগ্যতা পৰীক্ষা কৰিব পাৰিব।

আয়ুষ্মান কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিবলৈ ইয়াৰ অফিচিয়েল ৱেবছাইট beneficiary.nha.gov.in চাব লাগিব । ইয়াৰ পিছত আপুনি তাত লগইন কৰিব লাগিব। আপোনাৰ ফোন নম্বৰটো দি verify ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ নম্বৰত আহিবলগীয়া OTP টো দিব লাগিব আৰু লগতে captcha code টোও দিব লাগিব আৰু login ত ক্লিক কৰিব লাগিব।

লগ ইন কৰাৰ পিছত এটা হিতাধিকাৰী পৰ্টেল খোল খাব য’ত আপুনি আঁচনিৰ নাম, ৰাজ্য, উপ আঁচনি, জিলা search by ত আধাৰ নিৰ্বাচন কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰত সন্ধান কৰিব লাগিব। আৰু তাৰ পিছত search ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ পৰ্দাৰ সন্মুখত আয়ুষ্মান কাৰ্ডৰ তালিকাখন খোল খাব। য’ত আপুনি আপোনাৰ নাম আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ নাম পৰীক্ষা কৰিব পাৰে।

ইয়াৰ পিছত আপুনি নামৰ কাষত থকা action option ত ক্লিক কৰিব পাৰিব। আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ড বনাব বিচাৰে। গতিকে আপুনি আপোনাৰ নামৰ কাষত ক্লিক কৰি আধাৰ অ’টিপি নিৰ্বাচন কৰি আধাৰ নম্বৰ পৰীক্ষা কৰি ই-কেৱাইচি সম্পূৰ্ণ কৰিব।

ইয়াৰ পিছত ৮০%তকৈ অধিক হ’লে আপোনাৰ সন্মুখত এটা মেচিং স্ক’ৰ খোল খাব। অৰ্থাৎ আপোনাৰ আয়ুষ্মান কাৰ্ড অটো এপ্ৰুভ কৰা হৈছে। ইয়াৰ পিছত আপুনি capture photo option ত ক্লিক কৰি ফটো আপলোড কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত এটা নতুন ফৰ্ম খোল খাব য’ত আপুনি সম্পূৰ্ণ তথ্য দিব লাগিব।

শেষত submit ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আয়ুষ্মান কাৰ্ডৰ বাবে আপোনাৰ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। আয়ুষ্মান কাৰ্ড পৰ্টেলত লগ ইন কৰিও আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ayushman CardHealth BeemaNaremdra Modi Health Scheme
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
হিনা খানৰ পাছত এইবাৰ কেঞ্চাৰত আক্ৰান্ত দীপিকা কক্কড়, ষ্টেজ ২ লিভাৰ কেঞ্চাৰ

হিনা খানৰ পাছত এইবাৰ কেঞ্চাৰত আক্ৰান্ত দীপিকা কক্কড়, ষ্টেজ ২ লিভাৰ কেঞ্চাৰ

মণিপুৰত গঠন হ’ব নেকি নতুন চৰকাৰ, ৰাজ্যপালক সাক্ষাত BJP-NPPৰ বিধায়কৰ

মণিপুৰত গঠন হ'ব নেকি নতুন চৰকাৰ, ৰাজ্যপালক সাক্ষাত BJP-NPPৰ বিধায়কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.