• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

1 year ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

2 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

2 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

3 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

3 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

5 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

6 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

6 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

8 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

9 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

17 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

editor by editor
May 7, 2025
in জীৱনশৈলী, ভাৰত
0
কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
৭মে অৰ্থাৎ আজি বুধবাৰে দেশৰ একাধিক ৰাজ্যত চলিছে মকড্ৰিল৷ তাৰপূৰ্বে মাজনিশা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত এয়াৰ টু ছাৰফেছ মিছাইলেৰে আক্ৰমণ চলাইছে ভাৰতে৷ আক্ৰমণৰ নাম দিয়া হৈছে অপাৰেছন সেন্দুৰ৷ আজি দিনৰ ১০ বজাৰ অপাৰেছন সেন্দুৰক লৈ নতুন দিল্লীত সংবাদমেল আয়োজন কৰি আক্ৰমণৰ প্ৰেক্ষাপট আৰু কাৰ্যকৰণ আৰু ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে ব্ৰিফিং দিয়ে কেন্দ্ৰীয় বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে৷ তেওঁৰ সৈতে বৈঠকত উপস্থিত আছিল লেফ্টেনেণ্ট কৰ্নেল ছোফিয়া কুৰেছি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ বোমিকা সিং৷ কোন এই দুই মহিলা অফিচাৰ? ছোফিয়াৰ সৈতে অসমৰ কি সম্পৰ্ক জানি থওক সবিশেষ৷
ছোফিয়া কুৰেছি গুজৰাটৰ বাসিন্দা৷ ১৯৮১ চনত গুজৰাটৰ ভদোদৰাত তেওঁৰ জন্ম৷ বায়কেমিষ্ট্ৰিত স্নাতকোত্তৰ৷ আৰ্মি ফেমিলিৰ ছোফিয়াৰ ককায়েকো সেনাবাহিনীতেই আছিল৷ তেওঁৰ পিতৃয়েও কেইবাবছর ধৰি সেনাবাহিনীৰ এজন ধৰ্মীয় শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল৷ আৰু এক প্ৰতিবেদনত কোৱা হৈছে যে, ছোফিয়া মেকানাইজড ইনফ্ৰেণ্ট্ৰিৰ এক সেনাকৰ্তা মেজৰ তাজুদ্দিন কুৰেছিৰ পত্নী আৰু তেওঁৰ এটি পুত্ৰসন্তানো আছে৷
নাম সমীৰ কুৰেছি৷ ১৯৯৯ চনত ছোফিয়াই ভাৰতীয় সেনাবাহিনীত যোগদান কৰে৷ ১৯৯৯ চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেনিং একাডেমীত প্ৰশিক্ষণ৷ তাৰপাছতেই ছোফিয়াই সেনাবাহিনীত লেফটেনেন্ট হিচাপে যোগদান কৰে৷ ২০০৬ চনত ছোফিয়াই কঙ্গোৰ ৰাষ্ট্ৰপুঞ্জৰ শান্তিৰক্ষা মিছনৰ সামৰিক পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰে৷ ছোফিয়া ২০১০ চনৰ পৰা শান্তিৰক্ষা অভিযানৰ সৈতে যুক্ত৷
পঞ্জাৱ সীমান্ত অপাৰেছন পৰাক্ৰমেৰে সময় আৰু অবদানৰ বাবে তেওঁক জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফৰ পৰা এক প্ৰশংসাপত্ৰও পায়৷ উত্তৰ পূব ভাৰতত বিশেষকৈ অসমত বান পৰিস্থিতিৰ সময়ত তেওঁ কৰা অসাধাৰণ কামৰ বাবে তেওঁক ছিগনেল অফিচাৰ ইন চিফে এখন প্ৰশংসাপত্ৰও দিছিল৷ ফৰ্ছ কমাণ্ডাৰৰ পৰা তেওঁ প্ৰশংসাও পাইছিল৷ লেফটেনেণ্ট কৰ্নেল ছোফিয়া কুৰেছিয়ে ২০১৬ চনত সামৰিক অভিযানত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল৷
উল্লেখ কৰা প্ৰয়োজন যে ছোফিয়াই গুৱাহাটীৰ নাৰেংগীৰ সেনা চাউনীত দুবছৰ কৰ্মৰত আছিল৷ অসমৰ মিলিটেৰী আৰক্ষীৰ দায়িত্বত আছিল ছোফিয়া৷ ২০২১-২০২২ চনত লেফটেনেণ্ট কৰ্ণেল পদত আছিল ছোফিয়া কুৰেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
Next Post
বিয়া কৰাই কোটিপতি হ’ল দৰা! সোণ-ৰূপ, পেট্ৰল পাম্প, ২১০ বিঘা মাটি মিলি মুঠ ১৬ কোটিৰ যৌতুক, ক’ত এই ঘটনা?

বিয়া কৰাই কোটিপতি হ’ল দৰা! সোণ-ৰূপ, পেট্ৰল পাম্প, ২১০ বিঘা মাটি মিলি মুঠ ১৬ কোটিৰ যৌতুক, ক’ত এই ঘটনা?

ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

ফ্লাইটত কৰোবালৈ যাম ভাৱিলে সিদ্ধান্ত সলোৱাই ভাল, ২০০খনতকৈ বেছি ফ্লাইট বাতিল! ১০ মে পৰ্যন্ত বন্ধ এইকেইটা বিমানবন্দৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.