• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

3 years ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

18 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

39 minutes ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

1 hour ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

4 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

4 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

5 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

5 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

editor by editor
June 29, 2023
in ভাৰত, সংগীত
0
এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক
0
SHARES
17.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰ্তমান হিন্দী ছবিৰ প্লে বেক কণ্ঠশিল্পী বুলিলেই তালিকাত প্ৰথমে আছে অৰিজিৎ সিং, শ্ৰেয়া ঘোষাল, চনু নিগম, চুনিধি চৌহান আদি। কিন্তু পাৰিশ্ৰমিকৰ দিশেৰে আটাইতকৈ ওপৰত কোন কণ্ঠশিল্পী আছে? পাৰিশ্ৰমিকৰ নিৰিখত দ্বিতীয় স্থানত আছে শ্ৰেয়া ঘোষাল। বলীউডৰ সূত্ৰমতে এটা গীতৰ বাবেই ২৫ লাখ টকা পাৰিশ্ৰমিক আদায় লয়। শ্ৰেয়াৰ পাছতেই তালিকাত নাম আছে অৰিজিৎ আৰু সুনিধি। ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুযায়ী গানে প্ৰতি ২০ৰ পৰা ২৫ লাখ টকা পাৰিশ্ৰমিক আদায় লয়। পাৰিশ্ৰমিকৰ নিৰিখেৰে চনু নিগমৰ পাছতেই আছে সংগীতশিল্পী বাদশ্বাহ। সূত্ৰৰ খবৰ অনুসৰি গানে প্ৰতি বাদশ্বাহে লয় ১৮ ৰ পৰা ২০ লাখ টকা পাৰিশ্ৰমিক। চান, নেহা কক্কৰ, মিকা সিং, হানি সিঙো আছে এই জনপ্ৰিয় গায়কৰ তালিকাত।

পাৰিশ্ৰমিকৰ তালিকাত তেওঁলোকো খুব এটা পিছপৰি থকা নাই। সূত্ৰৰ খবৰ অনুসৰি চান, নেহা, মিকা আৰু হানি সিঙে প্লে বেক গায়ক হিচাপে গানে প্ৰতি ১০ লাখ টকাকৈ পাৰিশ্ৰমিক লয়। নেপথ্য কণ্ঠশিল্পীৰ তালিকাত শীৰ্ষত আছে এ আৰ ৰহমান। ভাইৰেল বাতৰি অনুসৰি কোনো এখন ছবিত এটা গীত গাবৰ বাবে তেওঁ লাখত নহয় কোটিতহে পাৰিশ্ৰমিক লয়। এটা গানতেই প্ৰায় কোটি টকা পাৰিশ্ৰমিক লয় এ আৰ ৰহমানে। তিনিকোটিৰো অধিক পাৰিশ্ৰমিক লয় এ আৰ ৰহমানে।

এ আৰ ৰহমানৰ উপাৰ্জনৰ সৰহ সংখ্যক ধনেই তেওঁ কৰা কনচাৰ্টৰ পৰাই আহে। মঞ্চৰ পৰাই সৰ্বাধিক উপাৰ্জন কৰে এ আৰ ৰহমানে। দেশ বিদেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰে তেওঁ। খবৰ অনুসৰি এ আৰ ৰহমানে এটা অনুষ্ঠানত কমপক্ষেও এক কোটি টকা পাৰিশ্ৰমিক আদায় লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
Next Post
দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশি! এই ৩ ৰাশিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.