• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

1 year ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

4 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

5 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

7 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

8 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

8 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

9 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

10 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

10 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

11 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

11 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

editor by editor
January 29, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন
0
বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

বিগত কেইবছৰমানৰ পৰা বলীউডত বায়’পিকৰ ধাৰা বিশেষকৈ ক্ৰীড়া বায়’পিকৰ প্ৰতি ধাউতি বৃদ্ধি পাইছে। ইতিমধ্যে এম এছ ধোনী, কপিল দেৱ, মেৰী কম, মিলখা সিং, পান সিং টোমাৰৰ দৰে মহান ক্ৰীড়া ব্যক্তিত্বৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰা হৈছে।

পাছে বহু দিনৰে পৰা পুনৰ এগৰাকী খেলুৱৈৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ কথা উৰি আছে বলীউডৰ আকাশে বতাহে। সেই খেলুৱৈগৰাকী হৈছে- ভাৰতীয় ক্ৰিকেট দলৰ ছুপাৰষ্টাৰ বিৰাট কোহলী। কোহলীৰৰ বায়’পিকৰ কথাও বহু বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

পাছে তাৰে মাজতে আন কথাও ওলাবলৈ ধৰিছে- বিৰাটৰ ওপৰত যদি বায়’পিক নিৰ্মাণ কৰা হয়, তেন্তে তেওঁৰ চৰিত্ৰৰ বাবে কোনজন অভিনেতা সৰ্বোত্তম হ’ব। নি সুদৰ্শন চেহেৰাৰ বিৰাটেই কৰিব নিজৰ বায়’পিক!

আনহাতে অভিনেতাসকলৰ ভিতৰত নাম উত্থাপন হৈছে বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰৰ নাম। অস সাক্ষাততো শ্বাহিদে কয় যে যদি তেওঁ বিৰাট কোহলীৰ বায়’পিকৰ বাবে অফাৰ পায় তেন্তে তেওঁ সেই ছবি কৰিবলৈ পাই সুখী হব।

সাক্ষাতৰ সময়ত যেতিয়া শ্বাহিদ কাপুৰক সোধা হৈছিল যে তেওঁ বিৰাট কোহলীৰ বায়’পিকখন কৰিবনে, যদি এই সুযোগ পায়। এই বিষয়ে শ্বাহিদে কয় যে তেওঁ নিজেই এই বিষয়ত কোনো সিদ্ধান্ত ল’ব নোৱাৰে।

প্ৰথমেই আহিব বিৰাটৰ অনুমতি, নিজৰ জীৱনৰ ওপৰত বায়’পিক বিচাৰে নে নাই বিৰাট কোহলীৰ ওপৰত এৰি দিয়া উচিত। আৰু যদি বিচাৰে , তেন্তে কাক তেখেতে নিজৰ চৰিত্ৰত বিচাৰিব। বিৰাটৰ পছন্দ আপছন্দৰ ওপৰত হে নিৰ্ভৰ কৰিব সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Biopic MovieBollywood MovieVirat Kohli BiopicVirat Kolhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
কাইলৈ গজকেশৰী যোগত ধনিষ্ঠ নক্ষত্ৰ, নাৰায়ণৰ আশীৰ্বাদত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

কাইলৈ গজকেশৰী যোগত ধনিষ্ঠ নক্ষত্ৰ, নাৰায়ণৰ আশীৰ্বাদত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

আজি শ্ৰৱণা নক্ষত্ৰলৈ আহিব বুধ, যুৱৰাজ গ্ৰহৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.