• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

3 months ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

13 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

13 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

14 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

14 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

15 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

15 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

16 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

17 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

18 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

19 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

জানক ইয়াৰ আঁৰৰ কাৰণ

editor by editor
July 30, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, ভ্ৰমণ, লেখা
0
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ প্ৰায় সকলো হোটেলতে এটা কথা আপুনি নিশ্চয় লক্ষ্য কৰিছে—সেইটো হ’ল বিছনাত সদায় বগা বিচনা চাদৰহে থাকে। পঞ্চতাৰকা বিলাসী হোটেলেই হওক বা সাধাৰণ কম বাজেটৰ হোটেলেই হওক, বেছিভাগ ক্ষেত্ৰতেই ৰঙীন চাদৰৰ সলনি বগা চাদৰেই ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ আঁৰত কেৱল সৌন্দৰ্যৰ বিষয়েই নহয়, আছে মনোবিজ্ঞান, পৰিচ্ছন্নতা আৰু হোটেল ব্যৱস্থাপনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ।
হোটেলৰ কোঠাত ৰঙীন চাদৰৰ সলনি বগা চাদৰ কিয় ব্যৱহাৰ কৰা হয়?

১. বিলাসিতা আৰু সতেজতাৰ অনুভৱ দিয়ে

মনোবিজ্ঞান অনুসৰি বগা ৰং শান্তি, বিশুদ্ধতা, পৰিচ্ছন্নতা আৰু বিলাসিতাৰ প্ৰতীক। অতিথিয়ে যেতিয়া কোঠাত সোমায় আৰু বগা বিচনা চাদৰ দেখে, তেতিয়া তেওঁৰ মনত কোঠাটো সদ্য পৰিষ্কাৰ কৰা হৈছে বুলি এক বিশ্বাস জন্মে। ইয়াৰ ফলত অতিথিয়ে অধিক স্বস্তি আৰু নিশ্চিন্ত অনুভৱ কৰে।

২. পৰিচ্ছন্নতাৰ ওপৰত আস্থা বৃদ্ধি কৰে

ৰঙীন চাদৰত সৰু-সুৰা দাগ বা মলি সহজে চকুত নপৰে। কিন্তু বগা চাদৰত সামান্যতম দাগো স্পষ্টকৈ দেখা যায়। সেয়েহে বগা চাদৰ ব্যৱহাৰ কৰিলে হোটেল কৰ্তৃপক্ষক সদায় সম্পূৰ্ণ পৰিষ্কাৰ চাদৰ দিবলগীয়া হয়। ইয়াৰ ফলত অতিথিৰ মনত হোটেলৰ পৰিচ্ছন্নতাৰ ওপৰত আস্থা বৃদ্ধি পায়।

৩. ধোৱা আৰু ৰক্ষণাবেক্ষণ সহজ

সাধাৰণতে বহুতে ভাবে বগা কাপোৰ ধোৱা কষ্টকৰ। কিন্তু হোটেলৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত। বগা চাদৰ ব্লিচ ব্যৱহাৰ কৰি সহজে ধুই দাগ, বেক্টেৰিয়া আৰু জীৱাণু সম্পূৰ্ণ আঁতৰাব পাৰি। আনহাতে ৰঙীন চাদৰত ব্লিচ ব্যৱহাৰ কৰিলে ৰং নষ্ট হোৱাৰ আশংকা থাকে। লগতে বিভিন্ন ৰঙৰ চাদৰ একেলগে ধুলে ৰং গুচি যোৱাৰ সম্ভাৱনাও থাকে।

৪. হোটেলৰ বাবে অধিক লাভজনক

হোটেলত কেৱল বগা বিচনা চাদৰেই নহয়, বগা টাৱেল, বাথৰোব আৰু গাৰুৰ কভাৰো একেলগে ধুব পাৰি। ৰং অনুসৰি পৃথককৈ বাছনি কৰাৰ প্ৰয়োজন নাথাকে। ফলত পানী, সময়, বিদ্যুৎ আৰু শ্ৰমৰ ব্যয় যথেষ্ট কমে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই পদ্ধতি অধিক সুলভ আৰু লাভজনক।

সেয়ে হোটেলৰ বিচনাত বগা চাদৰ ব্যৱহাৰ কৰাটো কেৱল সৌন্দৰ্যৰ বাবে নহয়। ইয়াৰ সৈতে জড়িত আছে অতিথিৰ বিশ্বাস, পৰিচ্ছন্নতাৰ নিশ্চয়তা, সহজ ৰক্ষণাবেক্ষণ আৰু হোটেলৰ খৰচ হ্ৰাস কৰাৰ দৰে বহু বাস্তৱসম্মত কাৰণ। সেইবাবেই বিশ্বৰ অধিকাংশ হোটেলত আজিও বগা চাদৰেই প্ৰথম পছন্দ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24OYO HotelTravel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.