• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

4 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

4 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

6 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

6 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

7 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

8 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

15 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

15 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

16 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

16 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

16 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

editor by editor
January 29, 2023
in বাণিজ্য, ভাৰত
0
LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কেইবাদিনো ধৰি সংবাদ শিৰোনামত গৌতম আদানীৰ শ্বেয়াৰ মাৰ্কেটত হোৱা লোকচানৰ খবৰ। প্ৰকৃততে এটা মাত্ৰ কাৰণতেই হোৰাহোৰে নামি আহিল আদানীৰ শ্বেয়াৰ মাৰ্কেট। কেৱল শ্বেয়াৰ মাৰ্কেটত লোকচানেই নহয় হ্ৰাস পাইছে তেওঁৰ সম্পত্তিৰ পৰিমানো। ২০ আৰৱ ডলাৰতকৈয়ো অধিক লোকচানৰ সন্মুখীন হৈছে আদানী। আনহাতে ৫০ আৰৱ ডলাৰৰ ঘাটিয়েই লাগিছে ধনকুবেৰ আদানীৰ৷ বিশ্বৰ তৃতীয় ধনী ব্যক্তিৰ পৰা সপ্তম স্থানলৈ অৱনমিত হৈছে আদানীৰ স্থান৷

হিণ্ডেনবাৰ্গ ৰিপৰ্টত কি আছে?

হিণ্ডেনবাৰ্গৰ ৰিচাৰ্ছৰ ৰিপৰ্ট অনুসৰি আদানী গ্ৰুপে এতিয়া ২০, ০০০ কোটি টকাৰ FPO আনিছে৷ আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ বাবে এই FPO এ প্ৰথম দিনটোত মাত্ৰ এক শতাংশ ছাৱস্ক্ৰিপশ্ব্যনহে লাভ কৰিছে৷ এইয়াই হয়তো গৌতম আদানীৰ জীৱনলৈ অহা প্ৰথমটো বৃহৎ প্ৰত্যাহ্বান৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানী গ্ৰুপৰ ওপৰত অভিযোগ তুলি কোৱা হৈছে যে, আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ভুল তথ্য দি অহা হৈছিল৷ এই প্ৰতিবেদন প্ৰকাশৰ পাছতেই হোৰাহোৰে নামিছে আদানিৰ শ্বেয়াৰ মাৰ্কেট৷ অৱশ্যে, এয়াই আদানীৰ জীৱনলৈ অহা প্ৰথমটো প্ৰত্যাহ্বান নহয়৷ ইয়াৰ পূৰ্বেও আদানীয়ে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ১৯৯৮ চনত ডকাইতে অপহৰণ কৰাৰ প্ৰায় ১১ বছৰ পিছত সন্ত্ৰাসবাদীয়ে মুম্বাইত আক্ৰমণ কৰাৰ সময়ত তাজ হোটেলত বন্দী হৈ থকা সকলৰ ভিতৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিও আছিল। কলেজীয়া শিক্ষা আদাতে সামৰা আদানীয়ে ব্যৱসায়িক দক্ষতাৰেই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’বলৈ সক্ষম হৈছিল৷

LIC, SBI-য়ে ৰাখিবনে আদানী গ্ৰুপৰ সৈতে লেন-দেন?

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য ৰণদীপ সুৰজেৱালাই আদানি শ্বেয়াৰ মূল্য হ্ৰাস হোৱাৰ পাছতেই কেইবাটাও তথ্য দাঙি ধৰিছে৷ LICক ‘ৰাজহুৱা ধন’ৰ দ্বাৰা পুঁজি যোগান ধৰা বুলি উল্লেখ কৰি সুৰজেৱালাই কয় যে আদানি গ্ৰুপৰ শ্বেয়াৰত LICৰ বিনিয়োগ মূল্য ৭৭,০০০ কোটি পৰা ৫৩,০০০ কোটিলৈ হ্ৰাস পাইছে৷ যাৰ ফলত ২৩,৫০০ কোটি লোকচান হৈছে৷ আনহাতে LIC ৰ শ্বেয়াৰ ২২,৪৪২ কোটি হেৰুৱাইছে। ইমান লোকচানৰ পাছতো LIC এতিয়াও আদানি গ্ৰুপত ৩০০ কোটি কিয় বিনিয়োগ কৰিছে বুলি প্ৰশ্ন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ SBI-ৰ সন্দৰ্ভত শ্ৰীযুত সুৰজেৱালাই উল্লেখ কৰে যে SBIত কৰ্মচাৰী পেঞ্চন ফাণ্ড আৰু SBI লাইফে এতিয়াও আদানি গোটত ২৫ কোটিৰ বিনিয়োগ ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
Next Post
মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.