• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

4 years ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

51 minutes ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

1 hour ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

2 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

3 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

4 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

4 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

4 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

5 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

5 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

6 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

editor by editor
January 29, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে নিশা ৰাখী ছাৱন্তৰ মাতৃৰ বিয়োগৰ পাছতেই বলীউডৰ প্ৰায়সংখ্যক চেলিব্ৰিটিয়েই খবৰ লৈছে ৰাখী ছাৱন্তৰ৷ মাতৃৰ শেষকৃত্যৰ পূৰ্বেই ৰাখীক এবাৰ দেখা কৰিবৰ বাবেই ৰাখীৰ বাসভৱনত উপস্থিত হৈছে ফাৰাহ খান, ৰশ্মি দেশাইকে ধৰি বহুকেইজন চেলিব্ৰিটি৷ সকলো উপস্থিত নহ’লেও ফোনযোগে খবৰ লোৱাৰ কথা প্ৰকাশ কৰিছে ৰাখীয়ে৷ তাৰমাজতেই ৰাখীয়ে শ্বাহৰুখ খানক জনাইছে বিশেষ ধন্যবাদ৷

মাতৃৰ বিয়োগৰ পাছতেই ভাঙি পৰা ৰাখীক সকলোৱে সান্তনা দিছে৷ শ্বাহৰুখেও পাঠানৰ ব্যস্ততাৰ মাজতেই খবৰ লৈছে ৰাখীৰ৷ সংবাদমাধ্যমৰ যোগেদি ৰাখীয়ে সকলোকে ধন্যবাদ জ্ঞাপনো কৰিছে৷ তাৰমাজতেই ৰাখীয়ে সকলোৰে নাম উল্লেখ কৰিব নোৱাৰাৰ বাবে ক্ষমাও বিচাৰিছে৷ ৰাখীয়ে ধন্যবাদ জনাবলৈ গৈ কয়, ‘মই কেনেকৈ ধন্যবাদ জনাও৷ মোৰ এই দুখৰ সময়ত সকলোৱে মোৰ খবৰ লৈছে৷ ছলমান ভাই, ফাৰাহ খানকে ধৰি সকলোৱেই খবৰ ৰাখিছে৷ তেওঁলোকক ধন্যবাদ৷ ইয়াৰোপৰি শ্বাহৰুখ জীক মই কেনেকৈ ধন্যবাদ দিওঁ? তেওঁ ইমান ব্যস্ত তাৰ মাজতো মোৰ খবৰ লৈছে৷’

উল্লেখ্য যে খ্ৰীষ্টিয়ান ৰীতি-নীতিৰে সম্পন্ন হৈছে ৰাখীৰ মাতৃৰ অন্তেষ্টিক্ৰিয়া৷ কান্দোনত ভাঙি পৰিলেও সকলো যাৱতীয় কাম-কাজত নজৰ দিছে ৰাখীয়ে৷ শেষকৃত্য অনুষ্ঠানত ৰাখীৰ কাষে কাষে দেখা গৈছে তেওঁৰ স্বামী আদিল ডুৰানীকো৷ সদায়ে হাঁহি থকা ৰাখীয়ে ফুল চটিয়াই কান্দি কান্দি মাতৃক বিদায় দিয়াৰ দৃশ্যই সেমেকাই তুলিছে বহুতৰেই দুচকু৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

October 29, 2026
Next Post
১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

‘পাঠান’ এ ৪০০ কোটি উপাৰ্জন কৰাৰ পাছতেই মন্নতৰ ছাদৰ পৰা অনুৰাগীক ধন্যবাদ জ্ঞাপন শ্বাহৰুখৰ…

'পাঠান’ এ ৪০০ কোটি উপাৰ্জন কৰাৰ পাছতেই মন্নতৰ ছাদৰ পৰা অনুৰাগীক ধন্যবাদ জ্ঞাপন শ্বাহৰুখৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.