• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

4 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

5 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

6 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

7 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

7 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

9 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম

editor by editor
April 1, 2024 - Updated on July 7, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, লেখা
0
মঙল গ্ৰহক লৈ অদ্ভুত পৰিকল্পনা এলন মাস্কৰ! মঙলত বসতি পাতিবলৈ কৰিব বিশেষ তিনিটা কাম
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দু’দশকতকৈয়ো বেছি সময় ধৰি মঙল গ্ৰহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে আমেৰিকাই। আমেৰিকাণ গৱেষণা সংস্থা নাছাই একাধিক মহাকাশযানো পঠিয়াইছে মঙ্গললৈ। ২০২১ চনৰ পৰা মঙ্গলত আছে চীনৰ মহাকাশযান তিয়ানৱেনো। পৃথিৱী এৰি অন্য কোনো গ্ৰহত মানুহে বসবাস কৰিব পৰা পৰিবেশ তৈয়াৰ কৰিব পৰা যাবনে সেই বিষয়টো লৈয়ো পৰীক্ষা নিৰীক্ষা চলাইছে বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাসমূহে। ইয়াৰোপৰি অন্য কোনো গ্ৰহত জীৱৰ সন্ধান পোৱা যাব নেকি সেই বিষয়টোক লৈয়ো গৱেষণা চলাইছে মহাকাশ সংস্থাসমূহে। ৰঙাগ্ৰহক লৈ নানান গৱেষণা চলাইছে আমেৰিকাৰ ধনকুবেৰ এলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা ‘স্পেছ এক্স’য়ে।

মঙ্গল গ্ৰহক বাসোপযোগ্য কৰি তুলিবলৈ সেই গ্ৰহত পাৰমাণৱিক বোমাও পেলাব বিচাৰিছে এলন মাস্কে। এলনৰ এই মঙ্গল প্ৰীতি এতিয়াৰ নহয়। তেওঁ বহু বছৰ ধৰি মঙ্গল গ্ৰহত বসতি স্থাপনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। ২০১৫চনত বিশ্ববাসীক চমকো দিছে মাস্কে। তেওঁ প্ৰস্তাৱ দিছিল, মঙ্গলত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হওক। এটা বিস্ফোৰণেই নহয় একাধিক বিস্ফোৰণ ঘটোৱা হওক। ২০১৫ চনত এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছিল এলন মাস্কে। কিন্তু কিয় ৰঙাগ্ৰহত পাৰমাণৱিক আক্ৰমণ চলাব বিচাৰিছে ধনকুবেৰ এলনে?

মঙ্গলৰ তাপমাত্ৰা ২০ডিগ্ৰীৰ পৰা মাইনাছ ২০০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। দেখিবলৈ ৰঙা হ’লেও সেই গ্ৰহৰ তাপমাত্ৰা বহু কম। সূৰ্যৰ পৰা দূৰত্বত থকাৰ কাৰণেই এই গ্ৰহৰ তাপমাত্ৰা কম। এলনৰ দাবী, মঙ্গলত যদি একাধিক পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হয় তেন্তে সেই গ্ৰহৰ তাপমাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ ফলত মঙ্গলক দ্ৰুতভাৱে বাসোপযোগ্য গ্ৰহলৈ ৰূপান্তৰিত কৰিব পৰা যাব বুলিও দাবি কৰে এলনে।

এলন মাস্কৰ এই দাবীৰ পাছতেই ২০১৯ চনত মঙ্গলত পাৰমাণৱিক বিস্ফোৰণৰ সপক্ষে যুক্তি দি বিশেষ পোষ্টো কৰে এলন মাস্কে। টেছলাৰ মালিকৰ সেই টুইটে বিজ্ঞানীমহলৰ মাজতো আলোড়নৰ সৃষ্টি কৰিছিল। বহুতে বিষয়টোক লৈ এলনক সমালোচনাও কৰিছিল। ২০১৯ চনৰ ২৯ আগষ্টত সেই পোষ্টত এলনে লিখে, ‘মঙ্গলত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা মানে সেই গ্ৰহত এটা কৃত্ৰিম সূৰ্য তৈয়াৰ কৰা। সেই কৃত্ৰিম সূৰ্যই আমাৰ দৰেই তাপ দিব সেই গ্ৰহক। তাত বিস্ফোৰণ ঘটালে মঙ্গল খুব বেছি তেজস্ক্ৰিয় হৈ উঠিব।’ এলনৰ যুক্তি, পাৰমাণৱিক বিস্ফোৰণৰ কাৰণে মঙ্গলত বৰফ বাষ্পীভূত হৈ জলীয় বাষ্প, কাৰ্বন মনোক্সাইড আৰু গ্ৰীনহাউছ গেছ তৈয়াৰ কৰিব। যিয়ে সেই গ্ৰহক উষ্ণ কৰিব। ফলত মানুহৰ বসবাসৰ উপযোগী হৈ পৰিব সেই গ্ৰহ।

‘নেশ্ব্যনেল ৱেদাৰ চাৰ্ভিছ’ অনুসৰি মঙ্গলত গড় তাপমাত্ৰা থাকে হিমাংক ৮০ ডিগ্ৰী ছেলচিয়াছৰ তলত। সেই হিমশীতল তাপমাত্ৰাত মঙ্গলৰ পানী কেৱল বৰফ বা বাষ্প হিচাপে থাকে। বিজ্ঞানীসকলৰ অনুমান ৪০০ কোটি বছৰ পূৰ্বে মঙ্গল গ্ৰহৰ জলবায়ু আৰু পৰিবেশ এনেকুৱা নাছিল। সেই গ্ৰহত নদী আছিল অৰ্থাৎ প্ৰবাহিত পানী আছিল। আকাশো নীলা আছিল। কিন্তু বিভিন্ন কাৰণত বছৰৰ পাছত বছৰ ধৰি মঙ্গলৰ পৰিবেশ সলনি হ’ব ধৰে।

মাস্কে মঙ্গলক লৈ কৰা পৰিকল্পনা সফল হ’বনে? বিষয়টোক লৈ সংশয় প্ৰকাশ কৰিছে আন্তৰ্জাতিক বিজ্ঞানী মহলে। তেওঁলোকৰ দাবী মাস্কৰ পৰিকল্পনামতে চলিলে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা আছে। বিস্ফোৰণৰ ফলত ধূলিকণাই আকাশ ঢাকি ধৰিব পাৰে। যিয়ে সূৰ্যৰ পৰা পোৱা পূৰ্বৰ তাপো নোপোৱা কৰি দিব পাৰে। ইয়াৰ ফলত ৰঙাগ্ৰহ আৰু শীতল হৈ পৰিব। নাছাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী জিম গ্ৰীণৰ মতে মঙ্গল গ্ৰহই নিজেই নিজক সলনি কৰিব। চাপ আৰু তাপমাত্ৰা বৃদ্ধি পালে প্ৰাকৃতিকভাৱেই মঙ্গলে নিজক সলনি কৰি ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?

মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?

তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.