• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

3 years ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

33 minutes ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

53 minutes ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

1 hour ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

2 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

2 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

3 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

18 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

18 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

19 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

20 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

editor by editor
April 1, 2024
in অপৰাধ, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লীৰ আৱকাৰী গোচৰত অৰবিন্দ কেজৰীৱালক ১৪ দিনৰ কাৰাদণ্ড বিহিছে ৰাউছ এভিনিউ আদালতে। আগন্তুক ১৫ এপ্ৰিল পৰ্যন্ত তিহাৰ জে’ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঠিকনা। কাৰাবন্দী অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দৈনিক কি কৰিব কেনেকৈ থাকিব সেই বিষয়টোক লৈয়ো সৃষ্টি হৈছে কৌতুহলৰ। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি তিহাৰৰ দুই নম্বৰ ছেলত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ ছেলৰ নিচেই কাষত অৰ্থাৎ ১নম্বৰ ছেলত আছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য তথা পুৰণি বন্ধু মণীশ ছিছোডিয়া। আৱকাৰী গোচৰতেই মণীশক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰোপৰি দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আছে ৭নম্বৰ ছেলত। কাষৰ ৫নম্বৰ ছেলত আছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। অন্যহাতে ভাৰত ৰাষ্ট্ৰীয় সমিতিৰ (BRS)নেত্ৰী তথা তেলেঙ্গানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা আছে তিহাৰৰ মহিলা বিভাগৰ ৬নম্বৰ ছেলত।

তিহাৰৰ অন্য কয়দীৰ বাবে থকা সকলোবোৰ নিয়মেই পালন কৰিব লাগিব মুখ্যমন্ত্ৰী কেজৰীৱালেও। তিহাৰৰ অন্যান্য বন্দীৰ দৰেই পুৱ ৬বজাত টোপনিৰ পৰা উঠিব লাগিব কেজৰী। পুৱাই দিয়া হ’ব একাপ চাহ আৰু কেই টুকুৰামান পাউৰুটি। তাৰপাছতেই তেওঁ গা ধুৱ পাৰিব। গা ধোৱাৰ পাছত কেজৰীৱালে তেওঁৰ অধিবক্তাৰ সৈতে বাৰ্তালাপৰ বাবে দুঘণ্টা সময় পাব। আৰু যদি আদালতলৈ যোৱাৰ প্ৰয়োজন থাকে তেন্তে যাবও পাৰিব।

পুৱা ১০ৰ পৰা ১১ বজাৰ ভিতৰত দুপৰীয়াৰ আহাৰ দিয়া হ’ব কেজৰীক। দুপৰীয়া আহাৰৰ মেনুত থাকিব ৫খন ৰুটি নতুবা ভাত, এবিধ পাচলি আৰু দাইল। নিশাৰ খাদ্যৰ মেনুতো খাদ্য একেই থাকিব। দুপৰীয়া খাদ্য খোৱাৰ পাছত তেওঁক নিজৰ ছেলত বন্দি কৰি ৰখা হ’ব। দুপৰীয়া ৩বজালৈকে তেঁওক বন্দী কৰি ৰখা হ’ব ছেলত। ৩বাজি ৩০ মিনিটৰ পাছত একাপ চাহ আৰু দুখন বিস্কুট খাবলৈ দিয়া হ’ব কেজৰিৱালক। বিয়লি ৪ বজাত তেওঁ ইচ্ছা কৰিলে পুনৰ তেওঁৰ অধিবক্তাক লগ কৰিব পাৰিব। বিয়লি ৫ বজাতেই নিশাৰ আহাৰ দিয়া হ’ব কেজৰীক। সন্ধ্যা ৭ বজাত নিজৰ ছেলত সোমাব লাগিব কেজৰী। পিছদিনা পুৱালৈকে সেই ছেলতেই তেওঁ বন্দী হৈ থাকিব লাগিব।

অন্যান্য কাৰাবন্দীয়ে পোৱা সকলো সুযোগ-সুবিধাই তেওঁ লাভ কৰিব। তেওঁৰ ক্ষেত্ৰতো অন্য কয়দীৰ বাবে থকা নিষেধাজ্ঞাসমূহ লাঘূ হ’ব। অৱশ্যে তেওঁ কিছু উপৰোক্ত সুবিধাও লাভ কৰিব। যেনে ধৰক তেওঁৰ ছেলত টিভিৰ ব্যৱস্থা থাকিব। সংবাদ, বিনোদন আৰু খেলাধূলাসহ ১৮-২০টা চেনেল চাবলৈ অনুমতি দিয়া হৈছে কেজৰীৱালক। ইয়াৰোপৰি তেওঁৰ শাৰীৰিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ তাত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰো ব্যৱস্থা থাকিব। বন্দী অৱস্থাত তেওঁৰ নিয়মিত স্বাস্থ্য পৰীক্ষাও কৰা হ’ব।

অসুস্থতাৰ কাৰণ দেখুৱাই আদালতে কেজৰীৱালৰ বাবে বিশেষ খাদ্য তালিকাৰো ব্যৱস্থা কৰাৰ অনুমতি দিছে। ইয়াৰোপৰি তেওঁৰ ছেলত তিনিখন গ্ৰন্থ লগত ৰাখিবলৈ অনুমতি বিচাৰি আবেদনো জনোৱা হৈছে। সেই তিনিখন গ্ৰন্থ হৈছে ভাগৱত গীতা, ৰামায়ণ আৰু সাংবাদিক নীৰজা চৌধুৰীৰ প্ৰধানমন্ত্ৰী সংক্ৰান্তীয় গ্ৰন্থ তেওঁ লগত ৰখাৰ অনুমতি বিচাৰি আৱেদন কৰিছে। ইফালে কাৰাগাৰত থাকোতে তেওঁ কাৰোবাক লগ কৰিব পাৰিবনে সেই কথাহে এতিয়াও স্পষ্ট নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

October 29, 2026
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
Next Post
শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

IPL

IPLত সংকট! কলকাতাত সুৰক্ষা দিয়াত অমান্তি আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.