• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

2 years ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

21 minutes ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

44 minutes ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

1 hour ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

2 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

3 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

3 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

20 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

21 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

21 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

23 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

23 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

editor by editor
April 1, 2024
in জীৱনশৈলী, ভাৰত
0
শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ অৰ্থাৎ ২ এপ্ৰিল২০২৪ মঙলবাৰে চন্দ্ৰই ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত গোচৰ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি। এই দিনটো শীতলা অষ্টমী নামেৰেও পৰিচিত। কাইলৈ মঙলবাৰে থাকিব শিব যোগ আৰু মালব্য যোগ। ইয়াৰোপৰি কাইলৈ মঙলবাৰে দিনজুৰি থাকিব প্রথমে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা অষ্টমীৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।

জ্যোতিষ গণনা অনুসৰি মঙলবাৰে থাকিব শিৱ যোগ আৰু মালব্য যোগ। ইয়াৰোপৰি কাইলৈ মঙলবাৰে সমগ্ৰ দিনজুৰি থাকিব প্ৰথমে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ শীতলা অষ্টমী দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে দেৱাদিদেৱ মহাদেৱপ প্ৰিয় ভক্ত বজৰংবলীৰ দিন। এই দিনটোত হনুমানৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হ’ব। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণ হৈছে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। কাইলৈ মঙলবাৰে জ্যোতিষ গণনা অনুসৰি ভোলানাথাৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে।

বৃষ ৰাশি
কাইলৈ ২ এপ্ৰিল তাৰিখটো বৃষ ৰাশিৰ জাতকৰ বাবে শুভ দিন। কাইলৈৰ দিনটো খৰচ হিচাপত কৰিব এই ৰাশিৰ জাতকে। ধনো সঞ্চয় কৰিব পাৰিব। মঙলৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব। কাইলৈ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু দৰকাৰী সিদ্ধান্ত ল’ব পাৰে আপুনি। নিজৰ জীৱনলৈকো কিছু যোগাত্মক পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ।

মিথুন ৰাশি
কাইলৈ শিৱ যোগৰ শুভ প্ৰভাৱ থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত। ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ। আপুনি যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্ত লাভজনক হ’ব। কাইলৈ অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব আপুনি। নিজৰ কেৰিয়াৰতো উন্নতি কৰিব পাৰিব। মিথুন ৰাশিৰ জাতকৰ সাংসৰিক জীৱনো সুখৰ হ’ব।

কন্যা ৰাশি
২এপ্ৰিল মঙলবাৰৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ দিন। আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব। ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কোনো পুৰণি বিনিয়োগৰ পৰা কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। ইয়াৰ ফলত কন্যা ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা উন্নত হ’ব।

ধনু ৰাশি
কাইলৈ ৰবিযোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সৈতে শুভ সময় কটাব। পূৰ্বে বিনিয়োগ কৰি থকা ধনে আপোনাক আৰ্থিকভাৱে লাভাম্বিত কৰিব। কাইলৈ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব। কোনো সমস্যাত ভুগি থাকিলে সেই সমস্যাও দূৰ হ’ব। কাইলৈ কোনো অতিৰিক্ত কামৰ দায়িত্বও আপুনি পাব পাৰে।

মীন ৰাশি
২এপ্ৰিল ২০২৪ ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ। কাইলৈ দিনটো আনন্দৰে পাৰ হ’ব। হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে। সামাজিক কাম কৰাৰ ফলত সন্মান বৃদ্ধি পাব মীন ৰাশিৰ জাতকৰ। কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সফলতা লাভ কৰিব। আৰ্থিক পৰিস্থিতি কাইলৈ বহু পৰিমানে উন্নত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamDAILY ASTRONOMY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
Next Post
IPL

IPLত সংকট! কলকাতাত সুৰক্ষা দিয়াত অমান্তি আৰক্ষীৰ

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.