• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?

মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?

3 years ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

13 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

54 minutes ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

8 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

9 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

9 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

9 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

10 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

10 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

11 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

11 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

12 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?

editor by editor
April 1, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
মাত্ৰ ডেৰ বছৰ বয়স, ডেৰ বছৰ বয়সতেই ২৫০ কোটি টকাৰ মালিক ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা। কিন্তু কেনেকৈ পালে ইমান সম্পত্তি?
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ চনৰ এপ্ৰিল মাহত বিবাহ তাৰপিছতেই নৱেম্বৰত কন্যা সন্তানৰ পিতৃ-মাতৃ হয় আলিয়া ভাট্ট আৰু ৰণবীৰ কাপূৰ। কন্যা ৰাহাক লৈ এতিয়া খুবেই ব্যস্ত আলিয়া-ৰণবীৰ। ৰাহাক একমুহূৰ্তও চকুৰ আঁতৰত ৰাখিব নোখোজে ৰণবীৰে বুলি এক সাক্ষাৎকাৰত নিজেই উল্লেখো কৰিছে ৰণবীৰে। নিজৰ ছবি প্ৰমোছন, বিদেশ ভ্ৰমণ, আম্বানীৰ পাৰ্টী সকলোতে ৰাহাক কোলাত লৈয়ে যাত্ৰা কৰে ৰণবীৰে।

ৰাহাৰ বয়স বৰ্তমান ডেৰ বছৰ। মাত্ৰ ডেৰ বছৰ বয়সতেই ৰাহাই বলীউডৰ আটাইতকৈ ধনী তাৰকা সন্তানৰ লিষ্টত প্ৰথমশাৰীলৈ উন্নিত হৈছে। কিন্তু মাত্ৰ ডেৰ বছৰ বয়সতে কেনেকৈ ইমান সম্পত্তিৰ অধিকাৰী হয় ৰাহা? বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰা মতে মুম্বাইৰ পালি হিলছ এলেকাত বাস্তু এপাৰ্টমেণ্টৰ ৯ তলাত আছে ৰাহাৰ নামৰ বিলাসী ফ্লেট। এই আৱাসতেই আছে আলিয়াৰো এটা ফ্লেট। যাৰ আনুমানিক বজাৰ মূল্য ৩২ কোটি টকা। অন্যহাতে বিগত তিনি বছৰ ধৰি বান্দ্ৰাতো নিজা এটা বাংলো নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে তাৰকা দম্পত্তিয়ে।

ককাক ৰাজ কাপূৰৰ ‘কৃষ্ণা ৰাজ’ বাংলোকেই নতুন ধৰণেৰে তৈয়াৰ কৰি আছে আলিয়া-ৰণবীৰে। কাম প্ৰায় শেষ, অতি শীঘ্ৰেই নিজৰ সপোনৰ বাংলোত প্ৰৱেশ কৰিব আলিয়া-ৰণবীৰে। এই বাংলোৰ আনুমানিক মূল্য প্ৰায় ২৫০ কোটি টকা। বলীউডৰ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি নিজৰ উপাৰ্জনৰ বহু অৰ্থই এই বাংলো নিৰ্মাণত বিনিয়োগ কৰিছে তাৰকা দম্পত্তিয়ে। সেই বিশেষ বাংলোটো ৰাহাৰ নামত দিছে ৰণবীৰে। শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু অমিতাভ বচ্চনৰ ‘জলসা’ৰ সমপৰিমাণৰ বজাৰমূল্য সেই বিশেষ বাংলোৰ। সেই দিশৰ পৰা ৰাহা কাপূৰেই এই মুহূৰ্তত বলীউডৰ সকলোতকৈ ধনী তাৰকা সন্তান। জন্মৰ পাছতেই ইমান কোটি কোটি টকা সম্পত্তিপ অধিকাৰী ৰাহা। এইসমূহৰ ওপৰিও মুম্বাইত আলিয়াৰ আছে মুঠ ৪টা ফ্লেট। ইয়াৰোপৰি লণ্ডনতো আছে আলিয়াৰ নিজা ঘৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
Next Post
তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

তিহাৰত নিজৰ প্ৰাক্তন ডেপুটিৰ কাষৰ ছেলতেই থাকিব কেজৰী, অন্য কয়দীৰ দৰেই ৬ বজাতেই এৰিব লাগিব বিচনা, আৰু কি কি নিয়ম মানিব লাগিব কেজৰীয়ে?

শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

শিৱযোগৰ শুভ প্ৰভাৱ, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য উজ্বলিব ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.