• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

2 years ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

7 minutes ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

53 minutes ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

1 hour ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

4 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

5 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

6 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

6 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

7 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

8 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?

editor by editor
June 3, 2024
in জীৱনশৈলী
0
বিবাহিত সম্পৰ্কত সুখী নহ’লেই পৰকীয়া প্ৰেম গঢ়ি উঠে নেকি? কি কি কাৰণত পৰকীয়া প্ৰেমৰ পয়োভৰ বাঢ়িছে দেশত?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমত ঘূৰে ভূমণ্ডল৷ কিন্তু কেতিয়াবা কেতিয়াবা প্ৰেমেই হৈ পৰে বহুতৰে বাবে জটিল মেটামৰফ’চিছ৷ মানুহৰ মন তেনেকুৱাই, হঠাতেই সলনি হয়৷ কাৰ সৈতে কেতিয়া কেনেকৈ প্ৰেম হৈ যায় সেই কথা কোনেও ক’ব নোৱাৰে৷ প্ৰেমৰ নেপথ্যৰ কাহিনীও বহুসময়ত বহুতৰে ক্ষেত্ৰত স্পষ্ট নহয়৷ কেতিয়াবা প্ৰেমিক তথা প্ৰেমিকা থকা স্বত্ত্বেও এজন ব্যক্তি প্ৰেমত পৰে৷ কেতিয়াবা বিবাহিত লোকো অইন যুৱতী মহিলাৰ প্ৰেমত পৰে৷ বহুতেই এক কথাত এই সম্পৰ্কৰ নাম দিছে পৰকীয়া৷ এই দেশত পৰকীয়া একেবাৰেই নিষিদ্ধ, কিন্তু তাৰপিছতো বাৰে বাৰে দেশত একেই ঘটনা সংঘটিত হৈ আহিছে৷ নিষিদ্ধ কথাৰ প্ৰতিয়েই মানুহৰ কৌতুহলো বেছি৷

পৰকীয়াৰ সঠিক নহয় যদিও দেশত এতিয়াও সংঘটিত হৈ আহিছে পৰকীয়াৰ বাবেই বহু ঘটনা৷ সম্প্ৰতি এটা অনলাইন ডেটিং এপে প্ৰকাশ কৰা সমীক্ষাই প্ৰকাশ কৰিছে বিশেষ তথ্য৷ কোনবোৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়৷ সমীক্ষাটোত প্ৰকাশ পোৱামতে ৫২ শতাংশ স্বাস্থ্য সচেতন মহিলাৰ প্ৰতি পুৰুষ আকৰ্ষিত হয়৷ কিন্তু পুৰুষতকৈ মহিলাৰ মাজতেই পৰকীয়া সম্পৰ্ক বেছি কিয় সেই সন্দৰ্ভতো তথ্য প্ৰকাশ কৰিছে সমীক্ষাটোৱে৷

সমীক্ষাটোত প্ৰকাশ পোৱামতে যিসকল মহিলাই নিয়মিতভাৱে শৰীৰচৰ্চা কৰে, ডায়েটত থাকে, নিজৰ কামকাজক লৈ সদা সচেতন তেওঁলোকৰ মাজতেই পৰকীয়াৰ সম্পৰ্কও বেছি৷ যিসকল মহিলা উন্মুক্ত মনৰ তেওঁলোকেই বেছিকৈ পৰকীয়া প্ৰেমত পৰে৷ পৰকীয়া প্ৰেমত পৰা নাৰী সদায়ে ধুনীয়া হয়, কিয়নো মন ভালে থকাৰ বাবে তেওঁলোকৰ শৰীৰত ৰক্ত সঞ্চালন ভালে থাকে৷ মন ভালে থকাৰ বাবে শৰীৰো ভালে থাকে৷

পৰকীয়া সম্পৰ্ক কিয় গঢ়ি উঠে?
একঘেয়ামী জীৱন
একঘেয়ামী জীৱনক লৈ অতিষ্ঠ হ’লেও বহুতেই পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷ বহুতেই এজন সংগীৰ সৈতে থাকি আমূৱাই জীৱনটো একঘেয়ামী হৈ পৰে৷ সদায়ে একেই কথা একেই কাহিনীত অতিষ্ঠ হৈ পৰে৷ সংসাৰ আৰু কামে আমূৱাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিলেও মানুহে নতুনত্বৰ স্বাদ বিচাৰে৷ তেতিয়াই পৰকীয়া প্ৰেম গঢ়ি উঠে৷ বিবাহৰ পাছতেই বহু নাৰীয়েই একাকীত্বৰ সমস্যাত ভোগে৷ নিজৰ কথাবোৰ ভগাই ল’বলৈ কাষত সংগীও নাথাক, তেনে নাৰীয়েও পৰকীয়া প্ৰেমত পৰে৷

অত্যাধিক উচ্চাকাংক্ষা

মানুহৰ জীৱনত আকাংক্ষাৰ শেষ নাই৷ বহুতেই নিজৰ চাহিদাক সীমাবদ্ধ কৰিব নোৱাৰে৷ অতিৰিক্ত চাহিদাৰ বাবেই বহুতে পৰকীয়া প্ৰেমত পৰে৷ স্বামীৰ পৰা পোৱা সামগ্ৰীৰে তেওঁলোক সুখী নাথাকে৷ চাহিদাৰ বাবেই বহুতে সেয়ে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷

বিবাহক লৈ সুখী নহ’লে

বিবাহ এক সামাজিক প্ৰথা৷ ভাৰতত বিবাহ মানেই দুজন লোকৰ মনৰ মিলেই নহয়৷ দুখন ঘৰৰ সিদ্ধান্ততেই বেছিভাগ বিবাহ হয়৷ সেয়ে পাত্ৰ-পাত্ৰী দুয়োজনেই কেতিয়াবা সম্পৰ্কটোক লৈ সুখী নাথাকে৷ তেতিয়াই বহুতে পৰকীয়া সম্পৰ্ক গঢ়ি তোলে৷ যন্ত্ৰণাদায়ক এটা সম্পৰ্কৰ পৰা মুক্তি বিচাৰিয়েই প্ৰাণৰ প্ৰেয়সী বা প্ৰেমিক এজনৰ সন্ধান কৰে বিবাহিত ব্যক্তিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ
জীৱনশৈলী

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

April 9, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

April 9, 2026
Next Post
আজিৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

আজিৰ ৰাশিফল- পুৱাই পুৱাই এই ৰাশিৰ লোক সকলে লাভ কৰিব কোনো বিশেষ সংবাদ, সলনি হৈ পৰিব জীৱন

আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.