• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

3 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

9 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

32 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

47 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 24, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
কালীৰ মূৰ্তি সদায়ে উলংগ কিয়? শাস্ত্ৰই কি কয়? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
26.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কালী পূজা। কালী পূজাৰ প্ৰাকক্ষণত এটা বিষয়লৈ মন কৰেনে? অন্যান্য প্ৰতিমাৰ দৰে কালীৰ প্ৰতিমাক বস্ত্ৰ পৰিধান কৰোৱা নহয়। কালীৰ মূৰ্তি সদায়ে উলংগ। সকলো দেৱতাকে বস্ত্ৰ পৰিধান কৰোৱা হয় যদিও কালীৰ প্ৰতিমাত কিয় বস্ত্ৰ পৰিধান কৰোৱা নহয়! ইয়াৰ কাৰণ সম্পৰ্কে হিন্দু শাস্ত্ৰত বিস্তৃতৰূপত উল্লেখ আছে।

কালী দেৱীৰ বহুকেইটা ৰূপৰ কথা শাস্ত্ৰত উল্লেখ আছে। দক্ষিণাকালী, ভদ্ৰকালী, সিদ্ধকালী, গুহ্যকালী আদি নামেৰে কালীক পূজা কৰা হয়। সকলোবোৰৰ মাজত দক্ষিণাকালীৰ ৰূপকেই সৰ্বাধিক পূজা কৰা হয়। এই ৰূপত দেৱীৰ হাতত থাকে এটা ছিন্ন নৰমুণ্ড। আনখন হাতত তৰোৱাল। দেৱীৰ গাৰ বৰণ কলীয়া মেঘৰ দৰে। দিগম্বৰী ৰূপেৰেই আৰাধনা কৰা হয় মা কালীক।

উল্লেখ্য যে কালী আদিশক্তি। তেওঁ কাল বা সময়তকৈ ওপৰত। এই অনন্তকালক কাপোৰে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সেয়ে কালী দেৱী সদায়ে নগ্ন। আনহাতে আন একাংশই কয়, কালী হৈছে শক্তিৰ প্ৰতীক। শক্তিক কোনো আৱৰণেৰে আবদ্ধ কৰিব নোৱাৰি। সেয়ে নগ্ন ৰূপতেই এই শক্তিক পূজা কৰা হয়। ভাৰতীয় সেৱাশ্ৰম সংঘই প্ৰকাশ কৰা গ্ৰন্থ ‘দুই দেৱী’ ত কালীৰ এই ৰূপৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। গ্ৰন্থখনত স্বামী নিৰ্মলানন্দই লিখিছে, ‘তেওঁ বিশ্বতে বিৰাজমান। অৰ্থাৎ বিশ্বমাতা। তেওঁৰ আভূষণৰ যোগ্য বস্ত্ৰ ক’ত পোৱা যাৱ?’

ইপিনে দক্ষিণাকালীৰ ৰূপৰ বিষয়ে শাস্ত্ৰত থকা অনুযায়ী কালীয়ে তেওঁৰ বাওঁ ভৰিখন স্বামী শিৱৰ বুকুত ৰাখিছে। সেই সময়তেই কালী বিবস্ত্ৰা। তেওঁ সেই সময়ত ডিঙিত পৰিধান কৰিছে নৰমুণ্ডৰ মালা। কোৱা হয় সৃষ্টি আৰু ধ্বংসৰ মাজত ক্ৰিয়াশীল যি শক্তি সেয়া কালজয়ী। এই শক্তিৰ জীৱন্ত প্ৰতীক মা কালী। সেয়ে কালীক কোনো আৱৰণেই ঢাকি ৰাখিব নোৱাৰে। তেওঁ দিগম্বৰী। কালীৰ দিগম্বৰ ৰূপে সৃষ্টি, স্থিতি, প্ৰলয়ৰ প্ৰতীক বুজায়। যোনী য়ে সৃষ্টি. স্তনদ্বয়ে স্থিতি আৰু ওলাই থকা জিভাখনে প্ৰলয়ৰ প্ৰতীক বুজায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
Next Post
বিধায়ক ৰফিকুল ইছলামে ক’লে, ‘মিঞা মিউজিয়াম দেখিয়েই মই নষ্টালজিক হৈ পৰিছো’

বিধায়ক ৰফিকুল ইছলামে ক’লে, 'মিঞা মিউজিয়াম দেখিয়েই মই নষ্টালজিক হৈ পৰিছো’

কোনে কয় ৰামো নাই অযোধ্যাও নাই! ৰাম নগৰী অযোধ্যাৰ আলোকৰ চৰ্চা এতিয়া দেশে দেশে…

কোনে কয় ৰামো নাই অযোধ্যাও নাই! ৰাম নগৰী অযোধ্যাৰ আলোকৰ চৰ্চা এতিয়া দেশে দেশে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.