• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

2 years ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

10 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

29 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

39 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

57 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

5 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

6 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

editor by editor
September 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী
0
SHARES
688
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ প্ৰতিটো খোজতেই আমি শিকি থাকো। শিক্ষা বুলিলে কেৱল পুথিগত বিদ্যাই নহয়। জীৱনৰ প্ৰতিটো মুহূৰ্ততেই মানুহে শিকি থাকে। জীৱনত সফল কিংবা আগুৱাই যাবলৈ প্ৰয়োজন হয় বিদ্যাৰ। আৰু এই বিদ্যা অৰ্জন সম্ভৱ হৈ উঠে শিক্ষকৰ সহযোগিতাত। তেওঁলোকেই আমাক শিক্ষা প্ৰদান কৰে। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটোত বিশেষভাৱে শিক্ষকসকলৰ উদ্দেশ্যে পালন কৰা হয়। ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে দেশত ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষেও এই দিনটো পালন কৰা হয়। তেওঁ শিক্ষাৰ বিস্তাৰৰ বাবে সমগ্ৰ জীৱনটোৱেই কাম কৰি গৈছে। সেয়ে এই মহান মনিষীগৰাকীৰ ওপজা দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কেইটামান বাণীয়ে সকলোকে সমৃদ্ধ কৰে। ৰাধাকৃষ্ণণৰ মূল্যবাণ এইকেইটা বাণী মানি চলিলে আপুনিও জীৱনত সফল হ’ব।

কিতাপৰ তাৎপৰ্য হৈছে আমাৰ সংস্কৃতিৰ মাজত সেতু নিৰ্মাণ কৰা

১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুট্টানিত এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছি ৰাধাকৃষ্ণণে। তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নিত নোহোৱাৰ বাবে তেওঁ স্থানীয় জমিদাৰৰ ঘৰত কম দৰমহাতেই চাকৰি কৰিছিল।

গুৰু শিষ্যৰ ভাৱধাৰা এডাল ডোলেৰে বান্ধিব লাগিব। এই সম্পৰ্কত যিমানেই স্নেহ আছে তাতকৈ বেছি শ্ৰদ্ধা আৰু বন্ধুত্বভাৱ। শিক্ষক আৰু ছাত্ৰৰ মাজত বন্ধুত্বভাৱ গঢ়ি উঠিলেহে শিক্ষাৰ প্ৰসাৰ হ’ব।

কাক প্ৰকৃত শিক্ষাবিদ বুলি মানিব?

ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰায়েই উত্থাপন হোৱা এটা প্ৰশ্ন হৈছে, কাক প্ৰকৃত শিক্ষাবিদ হিচাপে মানি চলিব? ইয়াৰ উত্তৰ ৰাধাকৃষ্ণনে দি গৈছে। তেওঁৰ মতে, এজন শিক্ষাবিদ হিচাপে সেইজন ব্যক্তিকেই মানি ল’ব লাগে যিয়ে সকলোৰে সৈতে মিলি যাব পাৰে কিন্তু তেওঁৰ সৈতে সকলোৰে মিল থাকিব নালাগিব। তেওঁ বহুক্ষেত্ৰত একক অনন্য হ’ব লাগিব।

গ্ৰন্থ কেনেকুৱা হ’ব লাগে?

কেনেকুৱা গ্ৰন্থই ছাত্ৰৰ জ্ঞানৰ পৰিধি বঢ়াই সেই কথাও কৈ গৈছে ৰাধাকৃষ্ণণে। ৰাধাকৃষ্ণণৰ মতে গ্ৰন্থ এনেকুৱা হ’ব লাগে যিয়ে বিভিন্ন সংস্কৃতিৰ মাজত যোগসূত্ৰ স্থাপন কৰে।

সুখ কেনেকৈ আহিব?

ৰাধাকৃষ্ণনৰ মতে সুখী জীৱনৰ মূল হৈছে, জ্ঞান আৰু বিজ্ঞানৰ পথেৰে খোজ কঢ়া।

ধৰ্ম সম্পৰ্কে কি কৈছিল ৰাধাকৃষ্ণনে?

ৰাধাকৃষ্ণণৰ মতে ধৰ্ম কেৱল এটা ব্যৱহাৰিক দিশহে। ধৰ্মই জীৱনৰ মূল নহয়। শিক্ষাহে জীৱনৰ প্রধান কথা।

ঈশ্বৰ সন্দৰ্ভত ৰাধাকৃষ্ণণৰ ধাৰণা কি?

সমস্ত আত্মাৰ উৰ্দ্ধত আছে ঈশ্বৰ। তেওঁ সৰ্বোচ্চ চেতনাৰ অধিকাৰী। ঈশ্বৰভক্তি অসামান্য চেতনাৰ চামিল।

জ্ঞান আহৰণ প্ৰক্ৰিয়া কেতিয়া বন্ধ হয়?

যেতিয়া ব্যক্তিৰ মনত এটা ধাৰণা যে মই সকলো জানো এই ভাৱৰ জন্ম হয় তেতিয়াই ব্যক্তিগৰাকীৰ জ্ঞান আহৰণৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে। এই শিকাৰ ইচ্ছা শেষ হ’লেই মানুহজনে আৰু জ্ঞান আহৰণ কৰিব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
Next Post
ইংৰাজীত পানী পুৰীক কি বুলি কোৱা হয়? ৯৯% মানুহৰ হাতত উত্তৰ নাই

ইংৰাজীত পানী পুৰীক কি বুলি কোৱা হয়? ৯৯% মানুহৰ হাতত উত্তৰ নাই

পাতি লোৱা ভায়েকে চুমিক দিয়া উপহাৰৰ লিষ্ট… জানিলে চকু থৰ হৈ ৰ’ব আপোনাৰো

পাতি লোৱা ভায়েকে চুমিক দিয়া উপহাৰৰ লিষ্ট... জানিলে চকু থৰ হৈ ৰ’ব আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.