• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

12 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

14 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

15 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

16 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

16 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

17 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

17 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

18 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

19 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

19 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?

editor by editor
December 27, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
পিতৃ ছেলিম খানৰ দ্বিতীয় বিবাহে ছলমানক লৈ গৈছিল সেই পৰ্যায়লৈ, আজিও এইকেইটা কাৰণতেই অবিবাহিত নেকি ছলমান?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছলমান খানৰ পিতৃ ছেলিম খান বলীউডৰ এগৰাকী নামী-দামী লেখক। ছেলিম খানে নিজৰ কেৰিয়াৰক লৈ যিমান চৰ্চা লাভ কৰিছে সিমানেই তেওঁ চৰ্চিত ব্যক্তিগত জীৱনক লৈয়ো। ব্যক্তিগত জীৱন পূৰ্বে মসৃণেই আছিল ছেলিম খানৰ। কিন্তু দ্বিতীয় বিবাহৰ পাছত তেওঁ চৰ্চিত ব্যক্তি হৈ পৰিল। ছলমানৰ পিতৃ ছেলিম খানে দুবাৰকৈ নিকাহ কৰাইছে। তেওঁ পোনতে বিবাহপাশত আৱদ্ধ হৈছিল ১৯৬৪ চনত। তেওঁৰ প্ৰথমা পত্নীৰ নাম সুশীলা চৰক। কিন্তু বিবাহৰ পাছতেই সুশীলা নাম সলনি কৰি হৈছিলগৈ সলমা খান। প্রথমা পত্নীৰ সৈতে সংসাৰ কৰি ৪সন্তানৰ পিতৃ হয় ছেলিম খান। ছলমান, আৰবাজ, অলবিৰা আৰু ছুহিল খান।

পিতৃৰ দ্বিতীয় বিবাহক লৈ সুখী নাছিল নেকি ছলমান?
বিশেষ ৰিপৰ্টত প্ৰকাশ পোৱামতে ছেলিম খানে ১৯৮১ চনত দ্বিতীয় বিবাহ কৰায়। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰা হেলেনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ছেলিম খান। ছেলিম খানে দ্বিতীয় বিবাহ কৰোৱাৰ কথা যেতিয়া তেওঁৰ প্ৰথমা পত্নী ছলমা খানে গম পায় তেওঁ শোকত ভাঙি পৰে। তেতিয়ালৈ ছলমানহঁতো বুজিব পৰাকৈ ডাঙৰ হৈ উঠিছিল। ছলমান যিহেতু আৰবাজ হঁততকৈ ডাঙৰ সেয়ে ছলমানে পিতৃৰ দ্বিতীয় বিবাহৰ খবৰ পায় দুখ প্ৰকাশ কৰিছিল। ছলমানে কোনো কাৰণতেই পিতৃৰ এই কাৰ্যক সমৰ্থন কৰিব পৰা নাছিল। আনকি ছলমানে তেতিয়াই পিতৃৰ সৈতে মানবোল বন্ধও কৰি দিছিল। মাতৃৰ পক্ষত থিয় হৈছিল আৰবাজ ছুহিলহঁতো।

সময়ে কাক কলৈ নিয়ে কোনেও নাজানে!
সময় বাগৰিল। ছেলিম খানৰো দ্বিতীয় পত্নীৰ সৈতে সংসাৰ চলি থাকিল। ছেলিমা খানে পাছলৈ এই সম্পৰ্কক মানিও ল’বলৈ বাধ্য হৈ পৰিল। ছেলিমা খানে যেতিয়া এই সম্পৰ্কক সহজে স্বীকাৰ কৰিবলৈ ল’লে তেতিয়া ছলমানেও পিতৃৰ প্ৰতি ৰখা আক্ষেপ কমাই আনিলে। পিতৃক ক্ষমা কৰি দিলে ছলমান খানে। পাছলৈ হেলেন আৰু ছলমাই একেলগে একেখন ঘৰতেই থাকিবলৈ লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

নতুন বছৰত নিজৰ সপোনৰ বাহন কিনিবলৈ সক্ষম হ’ব এই ৫ৰাশিৰ জাতকে

‘ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

'ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত বিয়া নকৰাওঁ!’ ৩১ বছৰ পূৰ্বৰ প্ৰতিজ্ঞা এইবাৰ ভাঙিবলৈ সাঁজু নেকি ভোজপালি বাবা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.