• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

3 months ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

30 minutes ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

59 minutes ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

2 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

2 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

3 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

4 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

4 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

14 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

14 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

16 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

editor by editor
December 21, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

২০২৬ চনৰ টি-২০ বিশ্বকাপ সমাগত, মাজত আৰু মাথো এটা মাহ। অহা ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ আয়োজনত আৰম্ভ হবলৈ গৈ আছে টি-২০ পুৰুষ ক্ৰিকেটৰ মহাৰণ।

তাকে উদ্দেশ্য কৰি কালি ২০ ডিচেম্বৰ তাৰিখে টিম ইণ্ডিয়াৰ ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা হয়। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই ভাৰতৰ হৈ ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰে। কিন্তু এইবাৰ টিম ইণ্ডিয়াৰ ৰিজাৰ্ভ খেলুৱৈৰ নাম ঘোষণা কৰা নাই বিচিচিআইয়ে।

বিচিচিআইয়ে ঘোষণা কৰিছে কেৱল ১৫ গৰাকী খেলুৱৈৰ নাম। কোনো ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা নাই ব’ৰ্ডে। পাছে কিয় এইবাৰ কোনো ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা নাই। ইয়াৰ কাৰণ স্বয়ং বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই সদৰি কৰিছে।

সংবাদমেলৰ সময়ত শইকীয়াই কয় যে যিহেতু ২০২৬ চনৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হ’ব, সেয়েহে কোনো নিৰ্দিষ্ট ষ্টেণ্ডবাই খেলুৱৈৰ নাম উল্লেখ কৰা নাই। এই প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হোৱাৰ বাবে প্ৰয়োজন হ’লে যিকোনো খেলুৱৈক সহজেই দলত অন্তৰ্ভুক্ত কৰিব পাৰিব।

যদিহে এই প্ৰতিযোগিতাখন আন এখন দেশত অনুষ্ঠিত হল হেতেন, তেতিয়া ভাৰতৰ পৰা আন এখন দেশলৈ খেলুৱৈ পঠিয়াবলৈ বহু সময় লাগে। সেয়েহে পূৰ্বে ৰিজাৰ্ভ খেলুৱৈ ঘোষণা কৰা হয়।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা টিম ইণ্ডিয়াৰ নিৰ্বাচিত খেলুৱৈ সকল- সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (উপ অধিনায়ক), ৰিংকু সিং, জস্প্ৰিত বুমৰাহ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষান (উইকেটকীপাৰ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciindian teamT 20 World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
Next Post
নতুন বছৰত ৪২ দিনৰ বাবে ওলোটা যাত্ৰা কৰিব শুক্ৰই, ৩ ৰাশিৰ ওপৰত পৰিব শুভ প্ৰভাৱ

নতুন বছৰত ৪২ দিনৰ বাবে ওলোটা যাত্ৰা কৰিব শুক্ৰই, ৩ ৰাশিৰ ওপৰত পৰিব শুভ প্ৰভাৱ

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.