• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীৰ মন্তব্য- সবিশেষ স্বীকাৰ পত্নীৰ ! গৰম তেল, জলকীয়া গুৰি, গ্লাছৰ বটল…

আৰক্ষীৰ মন্তব্য- সবিশেষ স্বীকাৰ পত্নীৰ ! গৰম তেল, জলকীয়া গুৰি, গ্লাছৰ বটল…

1 year ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

43 minutes ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

1 hour ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

2 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

2 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

3 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

5 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

5 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

6 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

7 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰক্ষীৰ মন্তব্য- সবিশেষ স্বীকাৰ পত্নীৰ ! গৰম তেল, জলকীয়া গুৰি, গ্লাছৰ বটল…

editor by editor
April 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আৰক্ষীৰ মন্তব্য- সবিশেষ স্বীকাৰ পত্নীৰ ! গৰম তেল, জলকীয়া গুৰি, গ্লাছৰ বটল…
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষীৰ মন্তব্য- সবিশেষ স্বীকাৰ পত্নীৰ ! গৰম তেল, জলকীয়া গুৰি, গ্লাছৰ বটল…

দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কৰ্নাটকৰ ডিজিপি ঘটনাত আৰক্ষীয়ে ফাদিল কৰিলে বহু ৰহস্য। আৰক্ষীয়ে দাবী কৰা অনুসৰি পত্নীয়ে স্বীকাৰ কৰিলে সকলো। পত্নীয়েই অতি নিৰ্মম ভাৱে প্ৰাণ কাঢ়িলে ডিজিপি স্বামী ওম প্ৰকাশৰ।

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ওম প্ৰকাশৰ হত্যাকাণ্ডই সকলোকে জোকাৰি গৈছে। প্ৰাক্তন ডিজিপিক হত্যাৰ অভিযোগত তেওঁৰ পত্নী পল্লৱীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই হত্যাকাণ্ডৰ গোচৰটোত এতিয়া যিবোৰ তথ্য পোহৰলৈ আহিছে সেইবোৰে সকলোকে আচৰিত কৰি তুলিছে।

জানিব পৰা মতে প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ পত্নীৰ সৈতে কাজিয়া হৈছিল। সেই কাজিয়াৰ সময়তে পত্নী পল্লৱীয়ে ডিজিপিৰ চকুত জলকীয়াৰ গুড়ি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছত ৰছীৰে বান্ধি ছুৰীৰে আঘাত কৰি হত্যা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি ৬৮ বছৰীয়া অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীক কাঁচৰ বটলেৰেও আক্ৰমণ কৰিছিল।

লাভ কৰা তথ্য অনুসৰি ওম প্ৰকাশ আৰু পল্লৱীৰ মাজত এজন আত্মীয়ক দিয়া সম্পত্তি সন্দৰ্ভত বিবাদ চলি আছিল। এই বিতৰ্কই শেষত হিংসাত্মক ৰূপ লয়, য’ত প্ৰাক্তন ডিজিপিয়ে প্ৰাণ হেৰুৱায়।

জেৰাৰ সময়ত ওম প্ৰকাশৰ পত্নী পল্লৱীয়ে আৰক্ষীক জনোৱা মতে, বিগত এসপ্তাহ ধৰি ঘৰখনত কাজিয়া চলি আছিল আৰু ওম প্ৰকাশে বাৰে বাৰে পত্নী আৰু কন্যাক গুলীয়াই হত্যা কৰাৰ ভাবুকি দি আহিছিল।

পত্নীয়ে উল্লেখ কৰা অনুসৰি, ২০ এপ্ৰিলৰ পুৱাৰে পৰা কেইবাটাও কথাক লৈ কাজিয়া চলি আছিল আৰু দুপৰীয়ালৈকে ই তীব্ৰতৰ হৈ পৰে। পল্লৱীয়ে দাবী কৰে যে প্ৰথম অৱস্থাত স্বামী ওম প্ৰকাশে পত্নী হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কোনোমতে স্বামীৰ হাতৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

প্রতিবেদন অনুসৰি পত্নী পল্লৱীয়ে আৰক্ষীক জনোৱা মতে, প্রকাশৰ ওপৰত উতলি থকা ৰন্ধন তেল ঢালি জলকীয়াৰ গুড়ি নিক্ষেপ কৰি হাত বান্ধি কাঁচৰ বটল, তাৰ পাছত পাকঘৰৰ কটাৰীৰে আঘাত কৰে৷ শেষত অত্যধিক ৰক্তক্ষৰণৰ বাবেই মৃত্যু হোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

আৰক্ষীয়ে ঘটনাৰ পাছত পল্লৱী আৰু কন্যাক জিম্মাত নিয়ে। প্ৰায় ১২ ঘণ্টা ধৰি আৰক্ষীয়ে মাতৃ-কন্যা দুয়োকে জেৰা কৰে। সেই জেৰাৰ সময়তে প্ৰকাশ কৰে এই শিহৰণাকৰী ঘটনাৰ সবিশেষ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: karnatak DGP Murder CaseKarnataka DGPMurdre Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি- এই চুক্তিৰ অধীনত কোন খেলুৱৈয়ে পাব কিমান টকা?

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি- এই চুক্তিৰ অধীনত কোন খেলুৱৈয়ে পাব কিমান টকা?

দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ

দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.