• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

1 year ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

11 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

52 minutes ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

4 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

editor by editor
August 16, 2025
in জীৱনশৈলী
0
২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি আপুনি কোনো সমস্যা অবিহনে নিশ্চিত ৰিটাৰ্ণ বিচাৰিছে তেন্তে পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিম অত্যন্ত গুৰুত্বপূৰ্ণ৷ ই বেংক এফ ডিতকৈ নিৰাপদ বুলি ধাৰণা কৰা হয়৷ কাৰণ আপোনাৰ মূলধন আৰু সুদ উভয়েই চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে নিশ্চিত৷ পোষ্ট অফিচ টি ডি স্কিমত আকৰ্ষণীয় সুদো প্ৰদান কৰা হয়৷ কেনেকৈ বিনিয়োগকাৰীয়ে এই স্কিমত ২৫ লাখ টকা বিনিয়োগ কৰি বিশাল মুনাফা অৰ্জন কৰিব পাৰিব সেই বিষয়েই এই প্ৰতিবেদনত আলোকপাত কৰা হৈছে৷

পোষ্ট অফিচ টি ডিত দুৰ্দান্ত সুদৰ হাৰ

পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত বিভিন্ন সময়ৰ বাবে বিভিন্ন সুদ দিয়া হয়৷ যিয়ে বিনিয়োগকাৰীক প্ৰয়োজন অনুসৰি বিনিয়োগ কৰাৰ সুযোগ দিয়ে৷

১ বছৰৰ টি ডি- ৬.৯ শতাংশ বাৰ্ষিক সুদ

২ বছৰৰ টি ডি- ৭.০ শতাংশ বাৰ্ষিক সুদ

৩ বছৰৰ টি ডি-  ৭.১শতাংশ বাৰ্ষিক সুদ

৫ বছৰৰ টি ডি- ৭.৫ শতাংশ বাৰ্ষিক সুদ

২৫ লাখ টকা বিনিয়োগত কিমান লাভ হ’ব?

আপুনি যদি ২৫ লাখ টকা বিনিয়োগ কৰে, তেন্তে বিভিন্ন সময়কালত আপোনাৰ লাভ হব

৫ বছৰত ৭.৫ শতাংশ হাৰত ২৫ লাখ টকা বিনিয়োগত আপুনি ৩৬,২৪,৮৭০ টকা লাভ কৰিব৷ ইয়াত আপোনাৰ লাভ হব ১১,২৪,৮৭০টকা৷

৩ বছৰত ৭.১শতাংশ হাৰত আপুনি ২৫ লাখৰ বিপৰীতে পাব ৩০,৮৭,৬৮৮  টকা৷ ইয়াত আপোনাৰ লাভ হব ৫,৮৭,৬৮৮টকা৷

২ বছৰত ৭.০শতাংশ হাৰত আপুনি ২৫ লাখ বিনিয়োগ কৰিলে আপুনি পাব ২৮,৭২,২০৪ টকা৷ ইয়াত আপোনাৰ লাভ হব ৩,৭২,২০৪ টকা৷

১ বছৰত ৬.৯ শতাংশ হাৰত ২৫ লাখ টকা আপুনি বিনিয়োগ কৰিলে পাব ২৬,৭৭,০১৫ টকা৷ ইয়াত আপোনাৰ লাভ হব ১,৭৭,০১৫টকা৷

টাইম ডিপোজিট স্কিমৰ সুবিধা

এই স্কিমত বহু সুবিধাও আছে৷ এই স্কিম ভাল বিনিয়োগ বিকল্প৷ পাঁচ বছৰৰ টি ডিত ১.৫০ লাখ টকা পৰ্যন্ত বিনিয়োগ ৮০ চি ধাৰাৰ অধীনত কৰমুক্ত৷ যদি আপোনাৰ সুদ ৪০,০০০ টকাতকৈ বেছি হয় তেন্তে টি ডি এছ কাটি লোৱা হব৷ আপুনি ইয়াত একক বা যৌথ একাউণ্টো খুলিব পাৰে৷ আপুনি সৰ্বনিম্ন ১০০০ টকা জমা কৰি এটা একাউণ্ট খুলিব পাৰে৷ জমাৰ বাবে সৰ্বোচ্চ কোনো সীমা নাই৷ প্ৰয়োজনত আপুনি আপোনাৰ একাউণ্টটো নিৰাপত্তা হিচাপে ৰাখি ঋণো লব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
অৰ্থকষ্ট শেষ হোৱা নাই? নিৰ্দিষ্ট এক স্তোত্ৰ পাঠ কৰিলেই হ’ব অৰ্থবৃষ্টি! দূৰ হ’ব দাৰিদ্ৰ, লাভ কৰিব মহাদেৱৰ আশীৰ্বাদ

অৰ্থকষ্ট শেষ হোৱা নাই? নিৰ্দিষ্ট এক স্তোত্ৰ পাঠ কৰিলেই হ’ব অৰ্থবৃষ্টি! দূৰ হ’ব দাৰিদ্ৰ, লাভ কৰিব মহাদেৱৰ আশীৰ্বাদ

৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.