• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

1 year ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

16 minutes ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

43 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

1 hour ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ

editor by editor
August 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৫০ বছৰৰ পাছত তৈয়াৰ হৈছে শক্তিশালী ত্ৰিগ্ৰহী যোগ, ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব এইকেইটা ৰাশিৰ স্বৰ্ণযুগ
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট ব্যৱধানত তাৰ ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ ফলত ফলত ত্ৰিগ্ৰহী যোগ আৰু চতুৰ্গ্ৰহী যোগ একত্ৰিত হয়৷ ইয়াৰ প্ৰভাৱ দেশ বিদেশতো দেখা যায়৷ দৃক পঞ্চাঙ্গ অনুসৰি ২৬ জুলাই ২০২৫ তাৰিখে শুক্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰে৷ অন্যহাতে বৃহস্পতিয়ে মিথুন ৰাশিত গোচৰ কৰিছে৷

১৮ আগষ্টত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত শুক্ৰ আৰু বৃহস্পতি সংযোগস্থলত থাকিব৷ এই সময়ত কিছু ৰাশিৰ জাতকে ইয়াৰ পৰা উপকৃত হব৷ জানি থওক ভাগ্যশালী ৰাশিৰ তালিকাত কোন কোন আছে?

তুলা ৰাশি

ত্ৰিগ্ৰহী যোগ তুলা ৰাশিৰ বাবে খুবেই উপকাৰী হ’ব৷ এই যোগ এই ৰাশিৰ ভাগ্যবান স্থানত থাকিব৷ ইয়াৰ ফলত আপোনাৰ ভাগ্য ভাল হব৷ ইয়াৰোপৰি চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে৷ এই সময়কালত আপুনি ধৰ্মীয় কাৰ্যকলাপত ডুবি থাকিব৷ ইয়াৰোপৰি আপোনাৰ আৰ্থিক অৱস্থা খুবেই ভাল হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে ত্ৰিগ্ৰহী যোগ খুবেই শুভ হব৷ এই ৰাশিৰ বিবাহৰ ঘৰত এই যোগ আহিছে৷ এই সময়কালত আপুনি ভাল স্থান পাব পাৰে৷ আপোনাৰ ব্যৱসায়ত ভাল সুবিধা পাব পাৰে৷ ইয়াৰোপৰি আদালতৰ গোচৰৰ সৈতে সম্পৰ্কিত কাম দ্ৰুত সম্পন্ন হ’ব৷ এই সময়ত আপোনাৰ স্বাস্থ্যও খুব ভালে থাকিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে ত্ৰিগ্ৰহী যোগ খুবেই উপকাৰী হব৷ কাৰণ এই ৰাশিৰ জাতক জাতিকাৰ কৰ্মফলৰ সৈতে সামঞ্জস্যপূৰ্ণ হব৷ এই সময়কালত আপুনি আপোনাৰ ব্যৱসায়ত ভাল অগ্ৰগতি কৰিব৷ ইয়াৰোপৰি আপুনি অৱশ্যেই কৰ্মৰ ফলত পাব৷ আপোনাৰ কামৰ প্ৰশংসাও লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.