• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

3 years ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

7 minutes ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

48 minutes ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

1 hour ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

3 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

3 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

5 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

14 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

14 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম

editor by editor
April 22, 2023
in জীৱনশৈলী, ভাৰত
0
পুৰুষ মিছাতেই বদনামী! যৌনসংগীৰে পুৰুষতকৈ আগবাঢ়ি আছে মহিলা, ১১ ৰাজ্যৰ মহিলাৰ পুৰুষতকৈ যৌনসংগী বেছি, মূল একাদশত আছে অসমৰো নাম
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ একাধিক যৌনসংগীৰ কথা উত্থাপিত হ’লেই সকলোৰে টাৰ্গেট হৈ পৰে পুৰুষ। কিন্তু নেশ্বনেল ফেমিলি হেলথ ছাৰ্ভে’ ৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ ১১খন ৰাজ্যৰ মহিলাই যৌনসংগী লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আছে। সংগীৰ সংখ্যাৰে মহিলা আগবাঢ়ি থাকিলেও যৌনসংগীৰ ক্ষেত্ৰত কিন্তু বৰ্তমানো পুৰুষেই আগবাঢ়ি আছে। পৰিসংখ্যাই কোৱা অনুসৰি মহিলাতকৈ ০.৫ শতাংশ এইক্ষেত্ৰত পুৰুষ আগবাঢ়ি আছে।

২০১৯ চনৰ পৰা ২০২১ চনলৈ দেশৰ ২৮ খন ৰাজ্যৰ ওপৰত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাষিত অঞ্চলৰ ভিতৰত চলোৱা সমীক্ষামতে ১১খন ৰাজ্যৰ মহিলাৰ যৌনসংগী পুৰুষৰ তুলনাত বেছি। এই ১১ খন ৰাজ্যৰ শীৰ্ষত আছে ৰাজস্থান। ৰাজস্থানৰ মহিলাসকলৰ গড়ে ৩.১ শতাংশ পুৰুষসংগী আছে। পুৰুষৰ সংগীৰ সংখ্যা হৈছে গড়ে ১.৮ শতাংশ। দ্বিতীয় স্থানত আছে হাৰিয়ানা, তৃতীয় স্থানত আছে চণ্ডীগড়। তাৰ পাছতেই আছে জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰালা, লাক্ষাদ্বীপ, পুডুচেৰী আৰু তামিলনাডু।

মহিলাৰ যৌনসংগীৰ ক্ষেত্ৰত অসম মূল একাদশৰ কিমান নম্বৰত আছে?
প্ৰথমেই আছে ৰাজস্থান, দ্বিতীয়তে হাৰিয়ানা, তৃতীয় স্থানত চণ্ডীগড়, চতুৰ্থ স্থানত জম্মু-কাশ্মীৰ, পঞ্চম স্থানত লাডাখ, ষষ্ঠ স্থানত আছে মধ্যপ্ৰদেশ, সপ্তম স্থানত আছে অসম, অষ্টম স্থানত আছে কেৰালা, নৱম স্থানত আছে লাক্ষাদ্বীপ, দশম স্থানত আছে পুডুচেৰী আৰু একাদশ স্থানত আছে তামিলনাডু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

March 23, 2026
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব
জীৱনশৈলী

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

March 23, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

March 23, 2026
Next Post
পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ...

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.