• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

2 years ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

5 seconds ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

41 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

editor by editor
April 3, 2024
in বিশ্ব
0
এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

কোৱা হয় প্ৰেম-ভালপোৱা অন্ধ, ই কোনো জাতি-ধৰ্ম, বৰ্ণ আদিৰ বিচাৰ নকৰে। আজিকালিৰ দিনট এই সংজ্ঞা আৰু বহুখিনি উন্নত হৈ পৰিছে। আজিকালি পুৰুষ-মহিলাৰ লিংগ, বয়স আদিয়ো একাকাৰ প্ৰেমৰ আগত। যাৰ বাবেই আজি কালিৰ দিনত প্ৰায়ে সম লিংগৰ প্ৰেম তথা বিয়াৰ কথা পোহৰলৈ আহি থাকে।

তেনেই এক ঘটনা পোহৰলৈ আহিছে। পাছে অন্যতকৈ অভিন্ন এই প্ৰেম বিবাহ। কিয়নো এগৰাকী শিক্ষয়ত্ৰীৰ সৈতে বিয়াত বহিল এগৰাকী ছাত্ৰী। এই ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ।

এই বিবাহত কেৱল লিংগৰেই পাৰ্থক্য নহয়, বয়সৰো বহুত পাৰ্থক্য দেখা যায়। শিক্ষক আৰু ছাত্ৰীৰ বয়সৰ পাৰ্থক্য ২৫ বছৰ। বিদ্যালয়ত পঢ়ি থাকোতে প্ৰিয় শিক্ষক আছিল সেই মহিলা।

পাছলৈ পঢ়া শেষ হোৱাৰ পাছতে সেই শিক্ষকৰ সৈতে যোগাযোগ কৰি প্ৰেমৰ আদান প্ৰদান কৰি বিয়াত বহে। এই বিয়াত ছাত্ৰী তথা মোনিকা কেশমৰ বয়স ৩২ বছৰ আৰু শিক্ষয়ত্ৰী তথা পত্নীৰ তথা মিছেলৰ বয়স ৫৭ বছৰ।

বয়সৰ এই পাৰ্থৰ বাবেই বাহিৰলৈ ওলাই গলে মানুহে দুয়োকে মাতৃ-কন্যা বুলি অবিহিত কৰে। যি কথাত আৰম্ভণিতে দুয়োৰে বেয়া লাগিলেও আজিকালি এয়া সহজভাৱে লৈ হাঁহি উৰুৱাই দিয়ে দুয়ো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Same Gender marriageSame marriagesocial mediaViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
৩৩ বছৰীয়া ৰাজনীতিৰ পৰা অৱসৰ ল’লে ড০ মনমোহন সিঙে

৩৩ বছৰীয়া ৰাজনীতিৰ পৰা অৱসৰ ল'লে ড০ মনমোহন সিঙে

অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

অযোধ্যাৰ ৰামমন্দিৰত প্ৰথম ৰামনৱমী, ২৪ ঘণ্টাই সাৰে থাকিব লাগিব ৰামলালা, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.