• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 months ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

23 minutes ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

49 minutes ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

1 hour ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

2 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

2 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

3 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

4 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

5 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

editor by editor
April 21, 2026
in বিবিধ, ভাৰত, লেখা
0
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাইড-হেলিং প্লেটফৰ্ম Rapido ই আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ এই প্লেটফৰ্ম ব্যৱহাৰ কৰা এজন ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া পোষ্টে আচৰিত কৰিছে। ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী অনুষ্কাই ছ’চিয়েল মিডিয়াত এক আচৰিত ঘটনাশ্বেয়াৰ কৰে, য’ত ৰেপিড’ৰ এগৰাকী চালকে ৰাইড সম্পূৰ্ণ কৰাৰ পিছত তেওঁক হোৱাটছএপত মেছেজ কৰিছিল।

ঘটনাটো কি?

অনুষ্কাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ প্ৰকাশ কৰে যে তেওঁক গন্তব্যস্থানত থৈ যোৱাৰ কিছু সময়ৰ পিছতে ৰাইডাৰজনে তেওঁৰ ব্যক্তিগত নম্বৰত হোৱাটছএপৰ জৰিয়তে যোগাযোগ কৰে। তেও এই কথা-বতৰাক আচৰিত বুলি কৈ কৰি তাৰে স্ক্ৰীণশ্বট নিজৰ পোষ্টত শ্বেয়াৰ কৰে।

এই পোষ্টটো এতিয়া দ্ৰুতগতিত ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। এই পোষ্টটো ভাইৰেল হোৱাৰ পিছত ইউজাৰে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল চালকজনে কেনেকৈ নিজৰ ব্যক্তিগত মোবাইল নম্বৰ লাভ কৰিলে।

এই বিষয়ে কি ক’লে Rapido এ?

এতিয়া Rapido এ এই বিষয়টোৰ প্ৰতি সঁহাৰি জনাইছে। এই আচৰণক অনুচিত বুলি অভিহিত কৰি কোম্পানীটোৱে ক্ষমা বিচাৰিছে। ৰেপিড’ৱে কয় যে, এইটো তেওঁলোকৰ সেৱাৰ মানদণ্ডৰ বিৰুদ্ধে আৰু এনে ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ উপৰিও কোম্পানীটোৱে ব্যৱহাৰকাৰীক নিজৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু ৰাইড আইডি ডাইৰেক্ট মেছেজৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ কয় যাতে বিষয়টো ভালদৰে তদন্ত কৰিব পাৰে।

এই ঘটনাই ৰাইড-হেলিং এপত ডাটা প্ৰাইভেচিক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। বহু ব্যৱহাৰকাৰীয়ে কয় যে ৰাইড শেষ হোৱাৰ পিছত চালকে যাত্ৰীৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

August 5, 2026
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়
বাণিজ্য

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

August 5, 2026
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

August 5, 2026
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
জীৱনশৈলী

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

August 5, 2026
Next Post
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.