• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

4 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

46 minutes ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

1 hour ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

2 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

2 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

3 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

4 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

5 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

6 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

7 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

8 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

9 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল

editor by editor
July 12, 2022
in জীৱনশৈলী, ফেশ্বন, বিবিধ
0
৫ কোটিৰে অস্ত্ৰোপচাৰ কৰি কিম কাৰ্দাছিয়ান হ’বলৈ গৈ এতিয়া নিজৰে ৰূপ দেখি ক্ৰন্দৰত এইগৰাকী মডেল
0
SHARES
20.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহেই কিছুমান মানুহক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে আৰু কেতিয়াবা সেই লোকগৰাকীৰ জীৱনশৈলী অনুসৰণ কৰে। কিন্তু একাংশ লোকে এই সীমা অতিক্ৰম কৰি নিজৰে বিপদ মাতি আনে৷ কিছুদিন পূৰ্বে দক্ষিণৰ এগৰাকী অভিনেত্ৰীয়ে নিজৰ ৰূপ সলনি কৰিবলৈ অস্ত্ৰোপচাৰ কৰি মৃত্যুক সাৱটি লৈছিল৷ ইয়াৰ পিছতে ভাৰতীয় আন এগৰাকী অভিনেত্ৰীয়ে সৌন্দৰ্য বৰ্ধন কৰিবলৈ অস্ত্ৰোপচাৰ কৰি কিম্ভূতকিমাকাৰ ৰূপ লোৱাৰ বাতৰিয়ে সংবাদ শিৰোণাম দখল কৰিছিল৷

এইবাৰ পুনৰ তদ্ৰূপ বাতৰিয়ে সংবাদ শিৰোণাম দখল কৰিছে৷ পিছে এইবাৰৰ বাতৰিৰ উৎস ভাৰতৰ নহয়, বিশ্বৰ উন্নত দেশ আমেৰিকা আৰু ব্ৰাজিলৰহে ৷

এগৰাকী সুন্দৰী মডেলে বিশ্বৰে অন্যতম বিখ্যাত মডেল কিম কাৰ্দাছিয়ানৰ ৰূপ ল’বলৈ গৈ নিজৰ প্ৰকৃত ৰূপ লাৱণ্য আৰু পৰিচয় হেৰুৱাই কান্দোনত ভাগি পৰিছে৷ এই ব্ৰাজিলমূলীয় মডেলগৰাকী হৈছে জেনিফাৰ পেম্পলোনা৷

লগতে পঢ়ক নিউম’নিয়া কি? ইয়াৰ প্ৰকাৰ আৰু লক্ষণসমূহ কি কি?

জেনিফাই কিমৰ ৰূপ ল’বলৈ কিমান টকা খৰচ কৰিছিল সেয়া জানিলেতো আপোনাৰ চকু কপালতেই উঠিব৷ এই অস্ত্ৰোপচাৰৰ বাবে জেনিফাই ব্যয় কৰিছিল প্ৰায় ৫ কোটি টকা৷

এই সকলোবোৰ কৰাৰ পিছতো জেনিফাৰ পেম্পলোনাৰ মুখখন কিম কাৰ্দাছিয়ানৰ দৰে প্ৰায় অবিকল হৈ পৰিছিল৷ কিন্তু নিজৰ পৰিচয় হেৰুওৱাই এতিয়া তেওঁ ইয়াৰ বাবে অতিশয় বিচলিত হৈ নিজৰ পুৰণি মুখখন ঘূৰাই পাবলৈ হাহাকাৰ কৰিছে। ইয়াৰ বাবে জেনিফাৰ পেম্পলোনা পুনৰ বিশাল পৰিমাণৰ ধন খৰচ কৰিবলৈ সাজু হৈছে।

মডেল জেনিফাৰ পেম্পলোনাই কিম কাৰ্দাছিয়ানৰ ৰূপ ল’বলৈ প্ৰায় ৪০টা কচমেটিক চাৰ্জাৰী কৰিছিল। ইয়াৰ বাবে প্ৰায় ৫ কোটি টকা খৰচ কৰিছিল কিম জেনিফাৰ পেম্পলোনাই। কিন্তু এতিয়া জেনিফাৰ পেম্পলোনাই নিজৰ পুৰণি মুখখন ঘূৰাই পাব বিচাৰিছে। শেহতীয়াকৈ জেনিফাৰ পেম্পলোনাৰ আন এক অস্ত্ৰোপচাৰ কৰা হৈছে, যাৰ বাবে পুনৰ প্ৰায় ৮০ লাখ টকা খৰচ হৈছে। জেনিফাৰ পেম্পলোনাই আশা কৰিছে যে এতিয়া তেওঁ পূৰ্বৰ চেহেৰা পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে

উল্লেখ্য যে মডেল জেনিফাৰ পেম্পলোনাৰ বয়স মাত্ৰ ২৯ বছৰ। সৰুতেই তেওঁ মুখৰ সৈতে বহুত পৰীক্ষা-নিৰীক্ষা কৰিছে। ইয়াৰ পূৰ্বে জেনিফাৰ পেম্পলোনাই কৈছিল যে মানুহে মোক মূৰ্খ বুলি ক’ব পাৰে, মোক প্ৰশ্ন কৰিব পাৰে। কিন্তু মই মোৰ গোটেই ৰূপটো সলনি কৰি আছো। ইয়াৰ পৰা বহুত অভিজ্ঞতা পাইছো আৰু শিকিছো। মই মোৰ জীৱনৰ উদ্দেশ্য পূৰণ কৰিব বিচাৰো।

জেনিফাৰ পেম্পলোনাই লগতে কৈছিল যে মই দেখিলো যে মই অস্ত্ৰোপচাৰৰ প্ৰতি আসক্ত হৈ পৰিছো। মই সুখী নাছিলোঁ। মুখত ফিলাৰ লগাই আছিলো। কৈশোৰ কালত যিকোনো ব্যক্তিৰ দৰে হ’বলৈ বিচাৰে। এইটো একপ্ৰকাৰৰ উন্মাদনা আৰু ইয়াক সলনি কৰাৰ প্ৰয়োজন আছে।

মন কৰিবলগীয়া যে জেনিফাৰ পেম্পলোনাই অস্ত্ৰোপচাৰৰ প্ৰতি আসক্ত হৈ পৰিছিল কাৰণ তেওঁ সদায় মডেল কিম কাৰ্দাছিয়ানৰ ৰূপ ল’ব খুজিছিল। সেয়ে তেওঁৰ এটাৰ পিছত এটাকৈ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছিল।

লগতে পঢ়ক প্ৰধানমন্ত্ৰীৰ এটা ফোন। মোদীৰ এটা টুইট

মডেল জেনিফাৰ পেম্পলোনাই জনোৱা মতে অস্ত্ৰোপচাৰ হোৱাৰ পিছতে তেওঁ মডেল কিম কাৰ্দাছিয়ানৰ হ’ব বুলি তেওঁ অতি সুখী আছিল। ইয়াৰ সহায়ত তেওঁ বহুত টকা উপাৰ্জন কৰিছিল, কিন্তু এতিয়া তেওঁক নিজৰ পৰিচয়ৰ অধিক প্ৰয়োজন। পেম্পেলোনাই এতিয়া বিচাৰে যে মানুহে তেওঁক তেওঁৰ নামেৰে চিনি পাওক।

জেনিফাৰ পেম্পলোনাই লগতে আৰু কয় যে মোৰ লুকটো দেখাৰ পিছত মানুহে মোক কিম কাৰ্দাছিয়ান বুলি মাতিবলৈ আৰম্ভ কৰিছিল, কিন্তু কেইদিনমানৰ পিছত মই ইয়াৰ দ্বাৰা বিৰক্ত হ’বলৈ আৰম্ভ কৰিছিলো। পঢ়া-শুনা আৰু কাম কৰি জীৱনত বহুতো খ্যাতি ধন সম্পদ অৰ্জন কৰিলো, কিন্তু তথাপিও মই মডেল কিম কাৰ্দাছিয়ানৰ পৰিচয় দিওঁ, মোৰ বৰ বেয়া লাগে। মই বিচাৰো মানুহে মোক মোৰ নামেৰে চিনি পাওক। মোৰ নিজৰ পৰিচয় আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkim kardashianModel Jennifer Pamplona
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?
জীৱনশৈলী

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

June 30, 2026
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম
জীৱনশৈলী

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
Next Post
সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

সন্তানৰ মাতৃ হৈয়ে কেৰিয়াৰ শেষ হ’ব আলিয়াৰ! কি ক’লে স্বামী ৰণবীৰে কাপুৰে?

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ পৰিব অন্ত! দৰমহা বৃদ্ধিৰ ঘোষণা কেতিয়া কৰিব চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.