শহুৰেক, শাহুৱেক কিংবা স্বামীৰ অন্য কোনো আত্মীয়ৰ সম্পত্তিৰ ওপৰত পত্নীয়ে কেতিয়াও কোনো অধিকাৰ দাবী কৰিব নোৱাৰিব৷ বিবাহৰ পূৰ্বে যদি স্বামী স্ত্ৰীৰ মাজত মিউচুৱেল এগ্ৰিমেণ্ট হৈ থাকে তেন্তে বিচ্ছেদৰ পাছত সেই অনুসৰিয়েই সম্পত্তিৰ ভাগ হব৷
বিবাহ বিচ্ছেদৰ পাছত স্বামীয়ে ভৰণপোষণ দিব লাগে পত্নীক৷ আদালতৰ ৰায়ত এই অংক নিৰ্ধাৰিত হয়৷ ইয়াৰোপৰি বিয়াত পত্নীক দিয়া গহণা, সোণ, অলংকাৰৰ ওপৰত পূৰ্ণ অধিকাৰ থাকে পত্নীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ