• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

3 years ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

2 minutes ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

44 minutes ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

1 hour ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

6 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

7 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

9 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

11 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

11 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক

editor by editor
May 17, 2023
in উত্তৰ-পূব, বিবিধ, ভাৰত
0
মণিপুৰত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো প্ৰশাসনৰ দায়িত্ব, প্ৰশাসনে চকু বন্ধ ৰাখিলে নহ’ব, উচ্চতম ন্যায়ালয়ে মণিপুৰ কাণ্ডক লৈ ৰিপোৰ্ট বিচাৰিলে ৰাজ্য চৰকাৰক
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিত অৱনতি ঘটিলে প্রশাসনে চকু বন্ধ কৰি থাকিলে নহ’ব৷ বুধবাৰে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ এই হিংসাত্মক পৰিস্থিতিক লৈ যাতে চকু বন্ধ কৰি নাথাকে সেই কথাও নিশ্চিতৰূপত জনাই দিছে উচ্চতম ন্যায়ালয়ে৷

মণিপুৰত হৈ থকা হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্থ ব্যক্তিসকলক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে হ’লেও প্ৰশাসনে নিৰাপত্তা দিয়াটো প্ৰয়োজন বুলিও ৰায়ত উল্লেখ কৰিছে আদালতে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে জনাই যে, উচ্চ ন্যায়ালয়ে ৰাজ্যৰ মেইতেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া বিষয়টোত উচ্চতম ন্যায়ালয়ে কোনো মন্তব্য দিব নিবিচাৰে৷ এই বিষয়ত হস্তক্ষেপো কৰিব নিবিচাৰে উচ্চতম ন্যায়ালয়ে৷

কিন্তু উচ্চতম ন্যায়ালয়ে মণিপুৰত দেখা দিয়া হিংসাত্মক পৰিস্থিতিক লৈ দিয়া ৰায়দানত কয় যে, কুকিসহ অন্যান্য জনজাতিসকলে মণিপুৰ উচ্চ ন্যায়ালয়ৰ একক বেঞ্চৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ডিভিছন বেঞ্চত আবেদন কৰিব পাৰে৷ বুধবাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, পিএছ নৰছিমহা, আৰু জেবি পাৰদিওৱালাৰ বিচাৰপীঠে কয়, ‘আইনশৃংখলা ৰক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ উচ্চতম ন্যায়ালয়ে কেৱল এই কথা নিশ্চিত কৰে যে, ৰাজনৈতিক প্ৰশাসকসকলে যেন এই পৰিস্থিতিত চকু বন্ধ কৰি নাথাকে৷’
মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত জনজাতি অধ্যুষিত গাঁওসমূহত শান্তিৰক্ষাৰ বাবে ৰাজ্যপালৰ হাতত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছে৷ আদালতত দিয়া শপতনামাত মণিপুৰ চৰকাৰে জনাইছিল যে, হিংসাৰ বলি হোৱা ৪৬ হাজাৰ মানুহক নিৰাপদ স্থানলৈ ওলিয়াই অনা হৈছে৷ মণিপুৰৰ পৰা বাহিৰলৈ যাব লগা ৩ হাজাৰ মানুহক ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে সকলো ব্যৱস্থাই কৰি দিয়া হৈছে৷ বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ৰিপোৰ্ট জমা দিছে মণিপুৰ চৰকাৰে৷

উল্লেখ্য যে মেইতেই সকলক জনজাতিৰ মৰ্যাদা দিবলৈ উচ্চ ন্যায়ালয়ে শুনানি দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল মণিপুৰৰ পৰিস্থিতি৷ মণিপুৰত বৰ্তমান পৰ্যন্ত হিংসাত্মক ঘটনাত ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
Next Post
জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.