• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

3 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

4 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

5 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

5 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

6 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

6 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

7 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

7 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

8 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

9 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

10 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

11 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

editor by editor
May 17, 2023
in অপৰাধ, অসম
0
জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালিৰে পৰাই চৰ্চাত থকা এটা নাম হৈছে হাছিনা বেগম৷ লখিমপুৰৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত জোনমণি ৰাভাৰ বাসগৃহত আহি উপস্থিত হৈছে হাছিনা বেগম৷ হাছিনাই জোনমণিৰ সৈতে সম্পৰ্কিত কেইবাটাও বিষয়ক লৈ কৰা মন্তব্যত কেইবাটাও বিস্ফোৰক অভিযোগ আনিছে৷

জোনমণি ৰাভাৰ সন্দৰ্ভত হাছিনা বেগমে মন্তব্যত কয় যে, এটা দুষ্ট চক্ৰৰ পাৰ্টীক ধৰাইছিল হাছিনা বেগমে৷ আবুল চহীৰ জাকিৰ নামৰ ব্যক্তিক ধৰিছিল৷ আবজৰ আলিক ধৰিবলৈ যোৱাৰ বাবেই জোনমণিৰ ওপৰত নাওবৈচা থানাৰ সঞ্জীৱ বৰাই এই কাম কৰালে৷ দুষ্ট চক্ৰৰ সৈতে মিলি আছে নাওবৈচাৰ IC সঞ্জীৱ বৰা৷ জোনমণি ৰাভাক হত্যা কৰা হৈছে৷

ইয়াৰোপৰি হাছিনাই কয়, ‘মোৰ ঘৰতো অত্যাচাৰ চলাইছে দুষ্ট চক্ৰই৷ ২ তাৰিখে ৰাতি মোৰ ঘৰৰ গ্লাচ ভাঙি দিছে এই দুষ্ট চক্ৰই৷ ছহীদ, জাকিৰৰ গেংটোৱে এনে কৰিছে৷ চোকা অস্ত্ৰৰে আমাৰ গ্লাচ ভাঙিছিল৷ নাওবৈচা পুলিচ মিলি আছে দুষ্ট চক্ৰটোৰ সৈতে৷’

নাওবৈচাৰ IC সঞ্জীৱ বৰাৰ ওপৰত অভিযোগ হাছিমা বেগমৰ৷ ১২ তাৰিখে সঞ্জীৱ বৰাই হাচিনা বেগমক ধৰিবলৈ গৈছিল৷ IC সঞ্জীৱ বৰালৈ ভিডিঅ প্ৰেৰণ কৰিছিল, মেছেজও কৰিছিল হাছিনা বেগমে৷ হাছিমা বেগমৰ ভাতৃকো উঠাই লৈ গৈছিল সঞ্জীৱ বৰাই৷ নাৰায়ণপুৰত বহুকেইটা দুষ্ট চক্ৰক ধৰাইছিল হাছিমা বেগমে৷ ৰুণা নেওগৰ পৰা ভাবুকি আহিছিল হাছিনা বেগমলৈ৷ এই পাৰ্টীবোৰ ধৰাই দিয়া কাৰণে হাছিনা বেগমলৈ আহিছিল ভাবুকি৷

ৰুণা নেওগে হাছিমা বেগমক কৈছিল, মাহিলী ৬০ হাজাৰ টকাকৈ দি থাকিব৷ এই পাৰ্টীবোৰৰ লগত লাগি থাকিব নালাগে৷ ঘটনা হোৱা দিনা বিয়লি ৩ বজাত জোনমণি ৰাভাই ফোন কৰিছিল হাছিনা বেগমলৈ৷ ইপিনে জোনমনি ৰাভাই মৃত্যুৰ পূৰ্বে হাছিনাক মাতি পঠিয়াইছিল৷ জোনমনিয়ে বাৰে বাৰে কৈছিল, ‘হাচিনা গুচি আহা, তোমক সিঁহতে মাৰি পেলাব বিচাৰিছে, গুচি আহা মোৰ ওচৰত৷’ ফোনত হাছিমা বেগমক এনেদৰে কৈছিল জোনমণি ৰাভাই৷

দুই নম্বৰী পাৰ্টীৰ সৈতে আৰক্ষীৰ সম্বন্ধ থকাৰ কথাও উল্লেখ কৰিলে হাছিনা বেগমে৷ আৰক্ষী প্ৰশাসনৰ মানুহো এই ঘটনাত জড়িত আছে বুলি জনাইছে হাছিনাই৷ এই চক্ৰৰ সৈতে বন্দুক আছে বুলিও অভিযোগ আনিলে হাছিমা বেগমে৷ দুষ্ট চক্ৰৰ সৈতে বন্দুক থকাৰ কথা সাত বছৰ আগৰ পৰাই কৈ আহিছে হাছিমা বেগমে৷
আবু চহিদ, জাকিৰ হুছেইন, আকবৰ আলিৰো নাম ল’লে হাছিনা বেগমে৷

ইয়াৰোপৰি হাছিনাই কয়, ‘তেওঁলোকৰ হাতত এতিয়াও বন্দুক আছে৷ জোনমণি ৰাভালৈ মৃত্যুৰ ভাবুকি অহাৰ কথা মোক ফোনত কৈছিল৷ মনে সজা এজাহাৰ দাখিল কৰিছে জোনমণি ৰাভাৰ বিৰুদ্ধে৷ এজাহাৰখনত তাৰিখেই উল্লেখ নাই৷ লক্ষীমপুৰৰ নাওবৈচাৰ IC সঞ্জীৱ বৰা আৰু ASP ৰুণা নেওগেই গোটেই ঘটনাটোৰ সৈতে জড়িত আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.