• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

2 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

7 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

7 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

7 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

9 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

9 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

10 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

10 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

11 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

12 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

12 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

13 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

editor by editor
November 17, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফুটবৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত আৰু এঢাপ আগুৱাই গ’ল ভাৰতীয় ফুটবল দল। বৃহস্পতিবাৰে কুৱেইটৰ বিৰুদ্ধে খেলত নামিছিল টীম ইণ্ডিয়া। এই মেচত ভাৰতীয় ফুটবল দলৰ ত্ৰাতা হৈ উঠিছে মনবীৰ সিং। মেচৰ ৭৫ মিনিটত তেওঁৰ দুভৰিৰ যাদুৰেই ভাৰতক জয়ৰ সোৱাদ দিছে। ইয়াৰ সৈতে ভাৰতীয় ফুটবল দলে এই মেচত ১-০ গলত জয়লাভ কৰিছে। এই মেচত জয়লাভৰ পাছতেই ২০২৬ৰ বিশ্বকাপ টুৰ্নামেণ্টত যোগ্যতা অৰ্জনকাৰী দেশৰ ভিতৰত ভাৰতো এখন।

এই মেচত জয়লাভ কৰাৰ পাছতেই ভাৰতৰ হাতলৈ আহিছে তিনিটা পয়েণ্ট। ইয়াৰ সৈতে পয়েণ্টৰ তালিকাতো দ্বিতীয় স্থানত আছে ভাৰত। আনহাতে কাটাৰেও আফগানিস্তানক হৰুৱাই ৩পয়েণ্ট অৰ্জন কৰিছে। বৃহস্পতিবাৰে কাটাৰে আফগানিস্তানক ৮-১ গলত পৰাস্ত কৰিছে। গল পাৰ্থক্যৰ বিচাৰত কিন্তু কাটাৰেই পয়েণ্ট টেবুলৰ শীৰ্ষ স্থানত আছে। ভাৰত আৰু কুৱেইটৰ মেচৰ প্ৰথম ৪৫মিনিট কুৱেইটতকৈ বেছি গলৰ সুযোগ লাভ কৰিছিল টীম ইণ্ডিয়াই। কিন্তু শেষলৈ ভাৰতীয় দলে বিশেষ পৰাক্ৰম দেখুওৱাব নোৱাৰিলে। শেষত মনবীৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত ভাৰতে গল দিবলৈ সক্ষম হোৱাৰ লগতে বিজয় সাব্যস্তও কৰে।

আগন্তুক বিশ্বকাপ ভাৰতৰ বাবে বিশেষ হ’ব। ২০২২ বৰ্ষৰ ফিফা অৰ্থাৎ বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল ২০ নৱেম্বৰৰ পৰা। সেইবাৰ ভাৰতীয় ফুটবল দলটোৱে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব পৰা নাছিল। তথাপিও ভাৰতবাসীয়ে আৰ্জেণ্টিনাৰ ফিফা বিশ্বকাপ জয়ৰ সুখতেই সুখী হৈছিল। মেছিৰ হাতত ফিফা কাঁপ দেখি আনন্দিত হৈছিল ভাৰতীয় ফুটবলপ্ৰেমী। এইবাৰ কথাবোৰ সলনি হৈছে। হয়তো আগন্তুক ফিফাত ভাৰতে ভাগ ল’ব। সেইবাৰ ভাৰতীয় ফুটবলপ্ৰেমীয়ে অন্য কোনো দেশক চাপৰ্ট কৰি অন্যৰ সুখত সুখী হোৱাতকৈ নিজৰ দেশক চাপৰ্ট কৰিবলৈ আগবাঢ়ি আহিব।

২০২২ৰ ফিফা বিশ্বকাপত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছিল। অহাবাৰ এই তালিকাত হয়তো ভাৰতো থাকিব। বিগত বৰ্ষত ভাৰতীয় দলটোৱে টুৰ্নামেন্টতো অংশগ্ৰহণ কৰিব নোৱাৰিলে। প্ৰতিভাৱান ফুটবলাৰ সুনীল ছেত্ৰীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দ্বিতীয় ৰাউণ্ডতেই পৰাস্ত হৈ দেশলৈ উভতি আহিবলগা হৈছিল। এইবাৰ কথাবোৰ হয়তো সলনি হ’ব। ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া ফিফাত এছিয়া মহাদেশৰ অন্যান্য দেশৰ সৈতে ভাৰতো থাকিব! কিন্তু ইয়াৰ মাজতেই এটা কথা বহুতেই নাজানে যে ভাৰতীয় দলটোৱে পূৰ্বেও ফিফাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল।

খালী ভৰিৰেই ভাৰতীয় দলে অৰ্জন কৰিছিল ফিফা বিশ্বকাপ খেলাৰ যোগ্যতা

১৯৫০ চনৰ কথা। সেইবাৰ ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছিল ব্ৰাজিলত। সেইবাৰৰ বিশ্বকাপ খেলাৰ বাবে ভাৰতীয় ফুটবল দলটোৱেও যোগ্যতা অৰ্জন কৰিছিল। কিন্তু যোগ্যতা থকা স্বত্ত্বেও ভাৰতীয় দলটোৱে বিশ্বকাপত খেলিব নোৱাৰিলে। কাৰণ সেই সময়ত ভাৰতীয় ফুটবল দলে খালী ভৰিৰে খেলিছিল। সেইবাবেই দলটোৱে যোগ্যতা অৰ্জন কৰা স্বত্তেও খেলিব নোৱাৰিলে। ১৯৫০ চনত ভাৰতীয় দলটোৰ এজন খেলুৱৈ মহম্মদ আব্দুল ছেলিমে তেতিয়া স্কটলেণ্ডৰ এটা ক্লাবৰ হৈ খালী ভৰিৰেই খেলত অংশগ্ৰহণ কৰিছিল। কিন্তু সেই সময়ত ফিফাৰ নিয়ম অনুসৰি সকলোৱেই জোতা পৰিধান কৰিব লাগে। কিন্তু ভাৰতীয় ফুটবলাৰৰ জোতা পিন্ধাৰ অভ্যাসেই নাছিল। সেয়ে জোতা পিন্ধি খেলিবলৈ অস্বস্তি অনুভৱ কৰিছিল ভাৰতীয় দলটোৱে যাৰবাবে টুৰ্নামেন্টত ভাগ ল’বলৈ অস্বীকাৰ কৰে দলটোৱে।

১৯৫০ৰ পাছত ফিফাৰ বাবে যোগ্যতা অৰ্জন কৰিছেনে ভাৰতীয় দলে?

দ্বিতীয়তে ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ কাৰণ আছিল খৰচ। কিয়নো বিদেশলৈ গৈ খেলৰ অনুশীলন চলাবলৈ ভাৰতীয় ফুটবল ফেডাৰেছনৰ হাতত ইমান ধন নাছিল। কিন্তু ফিফাই ভাৰতীয় দলটোৰ যোগ্যতাৰ বিষয়ে গম পায় খেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সমূহ খৰচ বহনো কৰিছিল। কিন্তু তাৰপিছতো ভাৰতীয় দলো ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এইবাৰ সুনীল ছেত্ৰীৰ নেতৃত্বত বিশ্বৰ ১০০খন ফুটবেল খেলা দেশৰ তালিকাত ভাৰতীয় ফুটবল টীমে স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.