• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

4 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

57 seconds ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

17 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

33 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 hour ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

editor by editor
March 20, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় বাসিন্দাসকল খুবেই দুখী মানুহ৷ বাংলাদেশৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী৷ এইকথা আমি কোৱা নাই৷ ৰাষ্ট্ৰসংঘই দিয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য৷ ফিনলেণ্ডক এইবাৰো বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি দিছে ৰাষ্ট্ৰসংঘই৷ ফিনলেণ্ডে একেৰাহে ছয়বাৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত স্থান পাইছে৷ আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তানৰ নাম এই বছৰ সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত৷ ১৩৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২৬। এই তালিকাত বাংলাদেশ, নেপাল, পাকিস্তান,আৰু শ্ৰীলংকাতকৈও পিছত আছে ভাৰতৰ স্থান।

ৰাষ্ট্ৰসংঘই ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতি বছৰে সুখী দেশসমূহৰ তালিকা প্ৰকাশ কৰে। বিশ্ব সুখ প্ৰতিবেদন ২০২৩ মুকলি কৰা হৈছে। ফিনলেণ্ডে ১৩৭ খন দেশৰ ভিতৰত একেৰাহে ষষ্ঠবাৰৰ বাবে তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। সুখী দেশৰ তালিকাত ফিনলেণ্ডৰ পিছত ডেনমাৰ্ক আৰু আইচলেণ্ড ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত আছে ইজৰাইল আৰু পঞ্চম স্থানত নেদাৰলেণ্ড। ছুইডেন(ষষ্ঠ), নৰৱে(সপ্তম), চুইজাৰলেণ্ড(অষ্টম), লাক্সেমবাৰ্গ (৯ম) আৰু নিউজিলেণ্ড(১০ম) শীৰ্ষ ১০ খন সুখী দেশৰ ভিতৰত আছে।

এই বছৰৰ সুখী দেশসমূহৰ তালিকাত কানাডা ১৩, আমেৰিকা যুক্তৰাজ্য ১৫ আৰু ব্ৰিটেইন ১৯ নম্বৰ স্থানত আছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন আছে ৯২ সংখ্যক স্থানত৷ ৰাছিয়া আছে ৭০ তম স্থানত। দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নেপাল ৭৮ তম স্থানত আছে। সেইদৰে, পাকিস্তানে ১০৮, শ্ৰীলংকা ১১২ আৰু ভাৰত ১২৬ নম্বৰ স্থানত আছে। বাংলাদেশৰ স্থান ১১৮। সুখী দেশবোৰৰ তালিকাত মানুহৰ সুখৰ নিজা মূল্যাঙ্কনৰ লগতে শূন্যৰ পৰা ১০ লৈ সূচকৰ সংখ্যা, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি উলিওৱা হয়। ইয়াৰ উপৰিও ব্যক্তিস্বাধীনতা, জিডিপি আৰু প্ৰতিখন দেশৰ জনসাধাৰণৰ দুৰ্নীতিৰ স্তৰো বিবেচনা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
Next Post
বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই…

বিচ্ছেদৰ পাছত খান পৰিয়ালৰ সহায় কিয় লোৱা নাছিল মালাইকা আৰোৰাই? কৰিছিল এনে কামো, নিজেই সকলো খুলি ক’লে মালাইকাই...

সম্প্ৰীতি জীয়াই আছে এনেদৰেই! মুছলমান যুৱতীয়ে ‘বেদ’ বিষয়ত ল’লে স্নাতকোত্তৰ ডিগ্ৰী…

সম্প্ৰীতি জীয়াই আছে এনেদৰেই! মুছলমান যুৱতীয়ে ‘বেদ’ বিষয়ত ল’লে স্নাতকোত্তৰ ডিগ্ৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.