• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

2 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

32 minutes ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

58 minutes ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

2 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

2 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

12 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

12 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

12 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

13 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

13 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

14 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

editor by editor
December 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য হ’লেও সত্য, এক বিশেষ মুৰ্গি মাংসৰ দাম প্ৰতি কেজিত ৪ লাখ টকা

কুকুৰাৰ মাংসত বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াত প্ৰটিন, মেগনেছিয়াম, আইৰণ আদি বহুতো পুষ্টিকৰ উপাদান থাকে। বহু ৰোগৰ ক্ষেত্ৰতো ৰোগীত দেহত শক্তি আহৰণৰ বাবে ঘৰুৱা কুকুৰাৰ চুপ খাবলৈ কোৱা হয়। ভাৰতত কুকুৰাৰ দামো বেছি নহয়।

পাছে জানেনে, ভাৰতত কুকুৰাৰ দাম বেছি নহ’লেও পৃথিৱীৰ বহু দেশত এনে কুকুৰা পোৱা যায়, যাৰ দাম হাজাৰ হাজাৰ, লাখ লাখ টকা। কোনো এবিক কুকুৰাৰ দাম প্ৰতি কেজিত ৪ লাখ টকা পৰ্যন্ত। তেনে কেইবিধমান কুকুৰা হৈছে-

আয়ম সেমানী
ইণ্ডোনেছিয়াত এই কুকুৰা পোৱা যায়। ইয়াৰ মূল্য ২৫০০ মাৰ্কিন ডলাৰৰ পৰা ৫০০০ মাৰ্কিন ডলাৰ। যি ভাৰতীয় হিচাপত ২লাখ ১২ হাজাৰৰ পৰা ৪ লাখ ২৪ হাজাৰ টকা। ইয়াৰ পাখি আৰু মাংস দুয়োবিধে ক’লা। বিশ্বৰ আটাইতকৈ বিৰল আৰু ব্যয়বহুল কুকুৰাৰ জাতৰ ভিতৰত আয়াম ছেমানীক অন্যতম বুলি গণ্য কৰা হয়। বৰ্তমানে বজাৰত এই কুকুৰাবিধৰ চাহিদা বৃদ্ধি পাইছে।

ব্লেক ছাফল্ক
অষ্ট্ৰেলিয়াত পোৱা এই কুকুৰাৰ মূল্য ৮০০ মাৰ্কিন ডলাৰৰ পৰা ১২০০ মাৰ্কিন ডলাৰলৈকে। ভাৰতীয় হিচাপত ৬৮ হাজাৰ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত। ব্লেক ছাফল্ক কুকুৰাক অষ্ট্ৰেলিয়াৰ অন্যতম বিৰল জাতৰ ভিতৰত গণ্য কৰা হয়। এই কুকুৰাটো চাবলৈ বৰ ধুনীয়া। ইয়াৰ মাংস আৰু কণী যথেষ্ট দামী আৰু পুষ্টিকৰ।

ব্ৰেছে চিকেন
ফ্ৰান্সত উপলব্ধ এই কুকুৰাৰ দাম ২০০ মাৰ্কিন ডলাৰৰ পৰা ৫০০ মাৰ্কিন ডলাৰলৈকে। এই কুকুৰাৰ মাংস ৰন্ধা পিছত অতি সোৱাদযুক্ত হৈ পৰে আৰু ইয়াৰ নীলা ভৰি দুখনে সকলোকে আকৰ্ষণ কৰে। এই কুকুৰা পালন কৰাটো অতি কঠিন কাম। যদি ইয়াক লালন-পালন কৰাত অলপ সমস্যাও হয়, তেন্তে লাভ পোৱা নাযায়। কাৰণ এই কুকুৰাৰ মৃত্যুৰ হাৰ অতি বেছি।

কুকুলজা চিকেন
ছাৰ্বিয়া প্ৰদেশত পোৱা এই কুকুৰাবিধো অতি ব্যয়বহুল। ইয়াৰ মূল্য ১০০০ – ১৫০০ মাৰ্কিন ডলাৰৰ ভিতৰত। এইটো এটা অতি বিৰল আৰু ব্যয়বহুল জাতৰ কুকুৰা। ইয়াৰ আকৰ্ষণীয় ৰং আৰু উচ্চমানৰ মাংসৰ বাবে কুকুৰা পালকসকলে ইয়াক অতি ভাল পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ChickensChickens PriceExpensive Chickens
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
Next Post
৩ ৰানত আউট হ’লেও বিৰাটে গঢ়ি গ’ল এক অভিলেখ

৩ ৰানত আউট হ'লেও বিৰাটে গঢ়ি গ'ল এক অভিলেখ

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ'ব বিধেয়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.