• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

7 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

7 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

8 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

9 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

10 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

11 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

12 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

12 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

13 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

14 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

14 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

editor by editor
July 14, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ নামত আন এক কৃতিত্ব অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স(টুইটাৰ)ত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰিছে। মোডী হৈ পৰিছে বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা ৰাজনীতিবিদ। দেওবাৰে এই কৃতিত্ব অৰ্জন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক্স (পূৰ্বৰ টুইটাৰ)ত ১০ কোটি (১০০ মিলিয়ন) অনুগামী থকা বিশ্বৰ প্ৰথমজন ৰাজনীতিবিদ হোৱাৰ অভিলেখ গঢ়ে প্ৰধানমন্ত্ৰী মোডীয়ে। এই তালিকাত মোডীৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ নাম। এক্সত বাইডেনৰ ৩৮.১ মিলিয়ন ফ’ল’ৱাৰ আছে।

যদি কেৱল ভাৰতৰ প্ৰক্ষাপটৰ কথা কবলৈ যাও তেন্তে, মোডীৰ আশে-পাশে আন কোনো ৰাজনীতিবিদ দেখা নাযায়। লোকসভাত বিৰোধী আৰু কংগ্ৰেছৰ প্ৰবীণ নেতা ৰাহুল গান্ধীৰ এক্সত ফ’ল’ৱাৰ আছে ২৬.৪ মিলিয়ন।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো ৰাহুলৰ আগত। তেখেতৰ ২৭.৫ মিলিয়ন ফ’ল’ৱাৰ আছে। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ এক্সত ১৯.৯ মিলিয়ন ফ’ল’ৱাৰ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FollowerspoliticianPolitician Leaderpoliticstwitterworld Most PopularX
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
Next Post
ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

ইতিহাসৰ পাতত খোদিত হ'ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.