• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

4 hours ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

4 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

4 hours ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

5 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

6 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

7 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

9 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

9 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

10 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

editor by editor
July 14, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জো ৱাইডেনক পিছ পেলাই এক্সত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা ৰাজনীতিবিদ নৰেন্দ্ৰ মোডী

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ নামত আন এক কৃতিত্ব অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স(টুইটাৰ)ত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰিছে। মোডী হৈ পৰিছে বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা ৰাজনীতিবিদ। দেওবাৰে এই কৃতিত্ব অৰ্জন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক্স (পূৰ্বৰ টুইটাৰ)ত ১০ কোটি (১০০ মিলিয়ন) অনুগামী থকা বিশ্বৰ প্ৰথমজন ৰাজনীতিবিদ হোৱাৰ অভিলেখ গঢ়ে প্ৰধানমন্ত্ৰী মোডীয়ে। এই তালিকাত মোডীৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ নাম। এক্সত বাইডেনৰ ৩৮.১ মিলিয়ন ফ’ল’ৱাৰ আছে।

যদি কেৱল ভাৰতৰ প্ৰক্ষাপটৰ কথা কবলৈ যাও তেন্তে, মোডীৰ আশে-পাশে আন কোনো ৰাজনীতিবিদ দেখা নাযায়। লোকসভাত বিৰোধী আৰু কংগ্ৰেছৰ প্ৰবীণ নেতা ৰাহুল গান্ধীৰ এক্সত ফ’ল’ৱাৰ আছে ২৬.৪ মিলিয়ন।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো ৰাহুলৰ আগত। তেখেতৰ ২৭.৫ মিলিয়ন ফ’ল’ৱাৰ আছে। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ এক্সত ১৯.৯ মিলিয়ন ফ’ল’ৱাৰ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FollowerspoliticianPolitician Leaderpoliticstwitterworld Most PopularX
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ভাৰত

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

November 1, 2026
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা
বিশ্ব

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

November 1, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
Next Post
ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

ইতিহাসৰ পাতত খোদিত হ'ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.