• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা…

ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা…

4 years ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

21 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা…

editor by editor
November 15, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ অৱদান বহুত! ৮০০ কোটিলৈ বাঢ়িল বিশ্বৰ জনসংখ্যা…
0
SHARES
563
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙলবাৰে বিশ্বৰ জনসংখ্যাই ৮০০ কোটিৰ ঘৰ অতিক্ৰম কৰিলে। এই বিৰল কৃতিত্বত সৰ্বাধিক অৱদান ভাৰতবৰ্ষৰেই। যি হাৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছে তালৈ লক্ষ্য কৰিলে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰিব ভাৰতবৰ্ষ।

জনসংখ্যাক লৈ ইউএনএফপিৰ তৰফৰ পৰা জনোৱা অনুসৰি ২০৩৭ চনত বিশ্বৰ জনসংখ্যা আৰু ১০০ কোটি বৃদ্ধি পাব। তাত সৰ্বাধিক অনুদান থাকিব এছিয়া আৰু আফ্ৰিকাৰ। তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে এবছৰৰ ভিতৰত চীনক পিছপেলাই সৰ্বাধিক জনসংখ্যা থকা দেশ হৈ পৰিব ভাৰতবৰ্ষ। বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটিলৈ বৃ্দ্ধি হ’বলৈ সময় লাগিছে ১২ বছৰ। কিন্তু ৮০০ কোটিৰ পৰা ৯০০ কোটি হওঁতে সময় লাগিল ১৪ বছৰ। কাৰণ উন্নত বহুকেইখন দেশত দিনকদিনে জনসংখ্যা নিয়ন্ত্ৰণ হৈছে। ২০৮০ চনলৈ বিশ্বৰ জনসংখ্যা সৰ্বোচ্ছ হ’বগৈ। জনসংখ্যা কেইবা হাজাৰ কোটিলৈ বৃদ্ধি হ’ব।

উল্লেখ্য যে আটাইতকৈ বেছি জনসংখ্যা বাঢ়িছে নিম্ন আৰু নিম্ন মধ্যবিত্তৰ দেশসমূহত। আগন্তুক সময়ত ৮০০ পৰা ৯০০ কোটি হোৱাত এই দেশসমূহৰেই অৱদান সৰ্বাধিক হ’ব। প্ৰায় ৯০ শতাংশ অৱদান থাকিব এই অনুন্নত দেশসমূহৰ। জুলাই মাহত প্ৰকাশিক ‘দ্যা ৱাৰ্ল্ড পপুলেছন প্ৰছপেক্ছ ২০২২ অনুযায়ী ভাৰতৰ জনসংখ্যা ১৪১.২ কোটি, চীনৰ জনসংখ্যা ১৪২.৬ কোটি। ২০৫০ চনলৈ ভাৰতৰ জনসংখ্যা বাঢ়ি ১৬৬.৮ কোটি হ’বগৈ। তাৰ বিপৰীতে চীনৰ জনসংখ্যা হ’ব ১৩১.৭ কোটিলৈ কমিব বুলি সমীক্ষাত উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
Next Post
বলীউডৰ নামী দামী অভিনেতাই পাতিছে বাহৰ! ঋতিকৰ পিছতেই আহিল দীপিকা, অনিল কাপুৰ

বলীউডৰ নামী দামী অভিনেতাই পাতিছে বাহৰ! ঋতিকৰ পিছতেই আহিল দীপিকা, অনিল কাপুৰ

নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা

নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.