• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা

নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা

4 years ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

7 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

26 minutes ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

55 minutes ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

1 hour ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

2 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

3 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

4 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

6 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

7 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা

editor by editor
November 16, 2022
in অসম, জীৱনশৈলী
0
নলবাৰীত হেমামালিনীক দেখুওৱাবলৈ গৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে সংবাদ মাধ্যমক লৈ ক’লে এই কথা
0
SHARES
57.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নলবাৰীলৈ আহিল ড্ৰীম গাৰ্ল। ‘শ্ব’লে’ৰ বসন্তীক কাষৰ পৰা চাবলৈ জনতাৰ হেতা-ওপৰা। এই বয়সতো কেনেকৈ ইমান ধুনীয়া হেমা। বয়স বাঢ়িছে, প্ৰায় চাৰে তিনিকুৰি বছৰ। কিন্তু আজিও ফিট হৈ আছে হেমা। সৌন্দৰ্যৰ আঁৰত কি আছে? কেৱল কেমেৰাতহে সুন্দৰ দেখিনে কাষৰ পৰাও দেখাত একেই হেমা! চাব লাগিব। কাষৰ পৰা এবাৰ চালেহে হিয়া শাঁত পৰিব। আজিও হেমা যে বহুতৰে ড্ৰীম গাৰ্ল প্ৰমান হ’ল নলবাৰীৰ ৰাসথলী। লক্ষাধিক মানুহেৰে ভৰি পৰিল নলবাৰী।

হেমামালিনীক চাবলৈ অহা জনতা দেখি মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইয়ো মন্তব্যত কয় যে এয়া অসমৰ বাবে শুভ লক্ষণ। এনেকৈয়ে বলীউডৰ অভিনেতাসকল আহি আমাৰ ৰাস চাওক তেতিয়া দেশৰ চুকে-কোণে জনতাই জানিব অসম মুলূকত নলবাৰী নামৰ ঠাই আছে, তাত ৰাস নামৰ কিবা এটা অনুষ্ঠান পতা হয়।

বলীউড তাৰকা হেমাই ভিণ্টেজ কাৰত উঠি ৰাসৰ উদ্বোধন থলীলৈ যাত্ৰা কৰাৰ ভিডিঅ’ এতিয়া সকলোৰে মোবাইলে মোবাইলে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই হেমামালিনীৰ অনুষ্ঠানক লৈ এটা ব্লগ শ্বেয়াৰ কৰিছে। ডিম্পুৱে হেমাক দেখুওৱাৰ ওপৰিও জনসমূদ্ৰৰ মাজত একোজন সাংবাদিকে ঘৰতে বহি চাব পৰাকৈ হেমাক লৈ যোৱাৰ আঁৰত সাংবাদিকজনৰ কষ্টৰ কথাবোৰ উল্লেখ কৰিছে।

ডিম্পুৱে তেওঁৰ ব্লগত উল্লেখ কৰিছে, ‘এনেকৈ জনসমূদ্ৰ ঠেলি ঠেলি ভিজুৱেল লোৱা সহজ কথা নহয়। সাংবাদিক একোজনৰ কিমান ত্যাগৰ বিনিময়ত ঘৰতে বহি আমি বিভিন্ন দৃশ্য চাব পাৰো সেয়া আজি বাৰুকৈয়ে অনুমান কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

September 26, 2026
Next Post
শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে

শৰীৰৰ বিশেষ অংগৰ আৰ্হিৰে নিৰ্মাণ হ’ল বিশ্বকাপ ফুটবলৰ ষ্টেডিয়াম! সমালোচনা দেখিও ষ্টেডিয়ামৰ ডিজাইন কিয় সলনি নকৰে আয়োজক দেশ কাটাৰে

২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.