• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

3 years ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

6 minutes ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

56 minutes ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

2 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

3 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

20 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

21 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

21 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

22 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

23 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

24 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?

editor by editor
November 16, 2022
in বাণিজ্য, ভাৰত
0
২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল? গোপনে ৫০ পইছাৰ মুদ্ৰাটোৰ দৰে হেৰাই গ’ল নেকি ২০০০ টকীয়া নোটো?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপুনি কেতিয়া দেখিছিল ২০০০ টকীয়া নোট? ATM-ত টকা উলিয়াওতে শেষবাৰৰ বাবে কেতিয়া ওলাইছিল ২০০০ টকীয়া নোট? বেংকলৈ গ’লেও ২০০০ টকীয়া নোট দিয়ে নে?

সামাজিক মাধ্যমত ২০০০ টকীয়া নোটকলৈ চলিছে চৰ্চা৷ বিমুদ্ৰাকৰণৰ অন্তত ৰিজাৰ্ভ বেংকে মুকলি কৰা ২০০০ টকীয়া নোটবোৰ হঠাতেই মানুহৰ হাতৰ পৰা হেৰাই থাকিল৷ গোপনে ৰিজাৰ্ভ বেংকে বন্ধ কৰিলে নেকি এই টকা? এদিন এনেকৈয়ে দেশত ৫০ পইছাৰ মুদ্ৰাবোৰো নোহোৱা হৈছিল৷ ৫০ পইছা মুদ্ৰা দেখিলেই বিক্ৰেতাই গ্ৰাহকক উভতাই পঠিয়াইছিল৷ এই মুদ্ৰা আৰু নচলে৷ এনেকৈয়ে এদিন কোনো জাননী নোহোৱাকৈয়ে দেশত অচল হৈ পৰিছিল ৫০ পইছাৰ মুদ্ৰা৷

গ’ল কথা গ’ল ৫০ পইছাৰ মুদ্ৰাও এতিয়া অতিত ৷ দিনকদিনে মুদ্ৰাস্ফীতি ৫০ পইছাৰ মুদ্ৰা এতিয়া মুল্যহীন৷ ২০০০ টকীয়াখন কিন্তু মূল্যহীন নহয়৷ বিমুদ্ৰাকৰণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি ১০০০ আৰু ৫০০ টকীয়া দুখন বন্ধ কৰি নতুনকৈ ৫০০ আৰু ২০০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল৷ নতুন মুদ্ৰা প্ৰচলন কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল, দেশত এতিয়া আৰু ক’লা টকাৰ বজাৰ বন্ধ৷ কলা টকাৰ বেপাৰ দেশত আৰু নচলিব৷

কিন্তু নতুন টকা প্ৰচলন হোৱাৰ পিছত লাহে লাহে কমি আহিল ২০০০ টকীয়া নোটবোৰ৷ নাই মানে নায়েই৷ ক’তোৱেই পোৱা নাযায়৷ শেহতীয়াভাৱে ৰিজাৰ্ভ বেংকে দিয়া এক তথ্যত উল্লেখ কৰিছে যে ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা কোনো ২০০০ টকীয়া নোট চপা কৰা নাই ৰিজাৰ্ভ বেংকে৷ ২০১৭ চনত ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট চপা কৰিছিল ৫০.২ পাৰ্ছেণ্ট৷ ৩১ মাৰ্চ ২০২২ এইনোটৰ ভেল্যু কমি গৈ ১৩.৮ হ’লগৈ৷ বৰ্তমান এই নোটৰ প্ৰচলন একেবাৰেই বন্ধ হৈ পৰিছে দেশত৷ কি কাৰণত ২০০০টকীয়া নোটসমূহৰ প্ৰচনলন বন্ধ হৈছে এই সম্পৰ্কে কোনো স্পষ্ট মত এতিয়াও দাঙি ধৰা নাই চৰকাৰী পক্ষইয়ো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
Next Post
ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…

অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.