• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

4 years ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

21 minutes ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

49 minutes ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

2 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

2 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

5 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

5 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

6 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

7 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

8 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?

editor by editor
November 16, 2022
in ক্ৰীড়া, বিশ্ব
0
ফিফা বিশ্বকাপ চাবলৈ আগ্ৰহী নে? এদিনতেই লাগিব ১ লাখ টকা! কি কি টিকটৰ আছে ব্যৱস্থা?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফুটবলৰ জ্বৰত আক্ৰান্ত এতিয়া বিশ্ব৷ মেছি, ৰোনাল্ডো, নেইমাৰৰ ভৰিৰ যাদু চাবলৈ সাজু বিশ্ববাসী৷ বিশ্বকাপ চাবৰ বাবেই পৃথিৱীৰ ভিন্ন দেশৰ পৰা কাটাৰলৈ ৰাওনা হৈছে পুটবল প্ৰেমী৷ নৱেম্বৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমানসমূহৰ টিকটৰ দামো বৃদ্ধি হৈছে৷ কাটাৰলৈ ভাৰতৰ পৰা থকা একোখন বিমানৰ টিকট হৈছেগৈ ২৫ হাজাৰ টকা৷ উভতি অহা টিকটৰ দামো একেই৷ অৰ্থাৎ অহা-যোৱাৰ টিকটৰ বাবদ খৰচ হ’ব ৫০ হাজাৰ টকা৷ কেৱল অহা যোৱাৰ খৰচহে এয়া৷ কাটাৰত গৈ থকাৰ ব্যৱস্থা কৰাৰ পৰা খেল চাবলৈ কটা টিকটৰ দাম শুনিনে আপোনাৰো চকু কঁপালত উঠিব৷

বিভিন্ন দৰৰ টিকটৰ ব্যৱস্থা কৰা হৈছে কাটাৰ বিশ্বকাপত৷ গ্ৰুপ লিগৰ বাবে পৃথক দাম, প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বাবে পৃথক দাম, কোৱাৰ্টাৰ ফাইনেলৰ বাবে পৃথক দাম, ছেমিফাইনেলৰ বাবে পৃথক দাম আৰু ফাইনেলৰ বাবেও পৃথক দাম নিৰ্ধাৰণ কৰা হৈছে৷ আনহাতে থাকিবৰ বাবে হোটেলৰ দামো নিৰ্ধাৰণ কৰা হৈছে৷ কাটাৰত অতিথিৰ বাবে সাজু কৰা হৈছে ৪৫ হাজাৰ টা ৰুম৷ যাৰ ভিতৰত বিভিন্ন দামৰ হোটেল আছে৷ মাধ্যবিত্ত মানুহে থকাৰ বাবে এদিনৰ বাবে হোটেলৰ দাম ভাড়া নিৰ্ধাৰণ কৰা হৈছে ৫০০ ডলাৰৰ পৰা ৬০০ ডলাৰ৷ ভাৰতীয় টকাত এই মূল্য হ’ব ১৩৩৯২ টকা৷ অৰ্থাৎ থকা খোৱা আৰু খেল চোৱাৰ বাবদ এদিনত খৰচ হ’ব ৪০ ৰ পৰা ৫০ হাজাৰ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
Next Post
অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…

অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত...

ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.