• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

4 years ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

24 minutes ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

52 minutes ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

3 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

3 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

4 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

6 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

6 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

6 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

7 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

7 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

editor by editor
November 16, 2022
in ক্ৰীড়া, বিশ্ব
0
ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেওবাৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ৷ কাটাৰত অনুষ্টিত হ’বলগীয়া বিশ্বকাপত ৩২ খন দেশে অংশগ্ৰহণ কৰিব৷ কোন দেশে হাতত তুলি ল’ব ফিফা বিশ্বকাপ সেয়া পৰিস্ফুত হ’ব ১৮ নৱেম্বৰত৷ যি দেশেই জয়লাভ নকৰক কিয় খেলত নামিব লগা ষ্টাৰ খেলুৱৈয়ে লাভ কৰা ধনৰ পৰিমান শুনিলে আপোনাৰো চকু কঁপালত উঠিব৷ ২০২২ বৰ্ষত বিশ্বকাপৰ পুৰস্কাৰ মূল্য পূৰ্বতকৈ বাঢ়িছে৷

এইবাৰ বিশ্বকাপত সকলো মিলি মুঠ ৮৮ কোটি ডলাৰ পুৰস্কাৰেই আগবঢ়োৱা হ’ব৷ ভাৰতীয় টকাত এই ধন হ’ব ৩৫৭৩ কোটি টকা৷ পূৰ্বৰ বিশ্বকাপতকৈ ৪ কোটি ডলাৰ বঢ়োৱা হৈছে এই ধনৰ পৰিমান৷ ২০১৪ ৰ বিশ্বকাপত ৩৫ কোটি ৮০ লাখ আছিল পুৰস্কাৰ মূল্য৷ ফিফাৰ নিয়ম অনুযায়ী প্ৰতিখন দেশেই খেলত অংশগ্ৰহণ কৰিলেই পুৰস্কাৰ হিচাপে ধন লাভ কৰিবই৷

বিশ্বকাপৰ গ্ৰুপ খেলৰ পৰা আৰম্ভ কৰি বিদায় লোৱালৈকে প্ৰত্যেক দলেই ৯০ লাখ ডলাৰ অৰ্থাৎ ৭৪ কোটি টকা লাভ কৰিব৷ প্ৰি-কোৱাৰ্টাৰলৈকে পালে এখন দেশে লাভ কৰিব ১ কোটি ৩০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১০৬ কোটি টকা৷ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিলে পাব ১ কোটি ৭০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধন হ’ব ১৩৮ কোটি টকা৷ চতুৰ্থ স্থানলৈকে পোৱা দলে লাভ কৰিব ২.৫০ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰাশি হ’ব ২৪৫ কোটি টকা৷ আনহাতে ফাইনেলত যি দলে ফিফা বিশ্বকাপ জিনিব সেই দলে লাভ কৰিব ৪ কোটি ২০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰাশিৰ পৰিমান হ’ব ৩৪৪ কোটি টকা৷ দ্বিতীয় স্থান লাভ কৰা দলে লাভ কৰিব ১০০ কোটিতকৈও অধিক ধন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
Next Post
আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি... দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.