• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

4 years ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

15 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

2 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

2 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

3 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

3 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

4 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

6 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

6 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

7 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

editor by editor
November 17, 2022
in খাদ্য
0
আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিচিত্ৰ পৃথিৱীত নিতৌ বিচিত্ৰ ঘটনা শুনিবলৈ পায়েই থাকে৷ কিন্তু এনেকুৱা শুনিছেনে যে আপুনি যদি কোনো এবিধ খাদ্য আজি অৰ্ডাৰ কৰে, তেন্তে খাবলৈ ৩০ বছৰ অপেক্ষা কৰিব লাগিব৷ আচৰিত যেন লাগিলেও এয়াই সত্য৷ দৰাচলতে জাপানৰ এটা পৰিয়ালে Croquettes নামৰ এবিধা ননভেজ খাদ্য প্ৰস্তুত কৰে৷ বিশ্বজুৰি জনপ্ৰিয় এই খাদ্যবিধ৷ বিশ্বজুৰি খাদ্যবিধৰ ব্যাপক চাহিদা৷ যাৰ ফলত খাওঁ বুলিয়েই খাব নাপায় এই খাদ্যবিধ৷ সূত্ৰ অনুসৰি জাপানৰ ‘আশিয়া’ পৰিয়ালে বিগত ৯৬ বছৰ ধৰি এই খাদ্য প্ৰস্তুত কৰি আহিছে৷ ১৯৯৯ চনত পৰিয়ালটোৱে প্ৰথম অনলাইন ষ্টোৰ খুলি খাদ্য বিক্ৰী কৰা আৰম্ভ কৰিছিল৷ আৰু তাৰ পাছতে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে খাদ্যবিধে৷ অনলাইন অৰ্ডাৰ কৰাৰ পাছতে খাদ্যবিধৰ বাবে বছৰ বছৰ অপেক্ষা কৰিব লাগে গ্ৰাহকে৷ ২০১৬ চনত ৱেটিং লিষ্টত খাদ্যৰ অৰ্ডাৰ লোৱা বন্ধ কৰি দিছিল৷ কিয়নো খাদ্য ডেলিভাৰীৰ সময়ত ১৪ বছৰ সময় অতিক্ৰম কৰিছিল৷ কিন্তু ২০১৭ চনত পুনৰ অৰ্ডাৰ লোৱা আৰম্ভ কৰে৷ বৰ্তমান যদি কোনো লোকে এই খাদ্যবিধ অৰ্ডাৰ কৰে তেনেহ’লে খাদ্যবিধ খাবলৈ কমেও ৩০ বছৰ অপেক্ষা কৰিব লাগিব৷ বিশেষ জাতৰ এবিধ আলু আৰু মাংস মিহলাই প্ৰস্তুত কৰা এই বিশেষ স্নেক্সবিধৰ দাম পূৰ্বতে কম আছিল যদিও এতিয়া বৃদ্ধি পাইছে৷ Extreme Croquettesৰ প্ৰতিটো পেকেট ৫ পিচ স্নেক্স থাকে৷ আৰু ইয়াৰ মূল্য হ’ল ১৬০০ টকা৷ আপুনিও যদি এই খাদ্যবিধ খাবলৈ বিচাৰে তেনেহ’লে ইয়াত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব৷ https://www.asahiya-beef.com/fs/kobegyu/croquette/PC-1800 https://www.aajtak.in/trending/story/order-today-then-after-30-years-you-will-get-this-rare-unique-dish-tsty-1577090-2022-11-17

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?
খাদ্য

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

May 23, 2026
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক
খাদ্য

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

May 19, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?
খাদ্য

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

May 18, 2026
Next Post
১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি… দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

১৯৯৫ চনৰ হত্যাকাণ্ডৰেই পুনৰাবৃত্তি... দিল্লীতেই কিয় বাৰে বাৰে সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা?

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.