• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…

অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…

4 years ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

23 minutes ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

35 minutes ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

2 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

10 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

10 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

11 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

12 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

13 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

14 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

14 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…

editor by editor
November 16, 2022
in বাণিজ্য, বিশ্ব, ভাৰত
0
অচিৰেই ভাৰতত উপলব্ধ হ’ব Tesla-ৰ গাড়ী! টেছলাৰ মালিক এলন মাস্কে কি ক’লে বিশেষ ইংগিত…
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীৰ্ঘদিন ধৰি ভাৰতৰ গাড়ীৰ বজাৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে এলন মাস্কে৷ এলনৰ Tesla-ৰ বজাৰ ভাৰতত বৰ্তমানলৈকে মুকলি হোৱা নাই৷ স্বয়ংক্ৰিয় গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত শীৰ্ষত আছে এলনৰ Tesla. বিশ্বৰ বজাৰত Tesla-ৰ গাড়ীৰ আছে পৃথক সুনাম৷ কিন্তু Tesla-ৰ প্ৰৱেশ এতিয়াও ঘটা নাই ভাৰতীয় বজাৰত৷ অনুমতি নোপোৱাৰ বাবেই ভাৰতৰ বজাৰত বিক্ৰি হোৱা নাই Tesla-ৰ গাড়ী৷ কিন্তু অপেক্ষা এইবাৰ দূৰ হ’ব৷ ভাৰতীয় বজাৰত বিক্ৰী হ’ব Tesla৷ Tesla-ৰ নতুন মডেল অচিৰেই লঞ্চ হ’ব ভাৰতত৷ ইণ্ডোনেছিয়াত আয়োজিত G-20 বৈঠকত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰিছে এলন মাস্কে৷ ভাৰত-ইণ্ডনেছিয়াৰ দৰে উন্নয়নশীল দেশত গ্ৰাহকৰ সুবিধা হোৱাকৈ টেছলাৰ এটি বিশেষ মডেল লঞ্চ কৰাৰ কথা ঘোষণা কৰিছে এলন মাস্কে৷

বিগত কিছু বছৰ ধৰি ভাৰতত ব্যৱসায় কৰাৰ কথা চিন্তা কৰিছে এলন মাস্কে৷ ইতিমধ্যে বাংগালুৰুত খুলিছে এলনৰ সংস্থাৰ এটা বিশেষ কাৰ্যালয়ো৷ বিদেশৰ পৰা সামগ্ৰী আমদানী কৰাৰ বাবে চিন্তা চৰ্চাও কৰিছে ভাৰত চৰকাৰে৷ প্ৰস্তুতকাৰী সংস্থাসমূহে দেশৰ মাটিতেই নিজৰ প্ৰডাক্ট তৈয়াৰ কৰিব৷ তাৰ বাবেও পদক্ষেপ লৈছে ভাৰত চৰকাৰে৷ ভাৰত চৰকাৰৰ সৈতে টেছলাৰ মালিক এলন মাস্কে বিশেষ বৈঠকতো মিলিত হৈছে৷ কিন্তু বৰ্তমানলৈ বৈঠকৰ সিদ্ধান্ত ৰাজহুৱা কৰা নাই ভাৰত চৰকাৰৰ প্ৰতিনিধি দল অথৱা এলন মাস্কেও৷

কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰততে নিৰ্মাণৰ ইউনিট তৈয়াৰ কৰা হ’ব বুলি ভাৰত চৰকাৰে প্ৰস্তাৱ দিছে৷ কিন্তু এলনে এই সম্পৰ্কে কোনো নিশ্চয়তা প্ৰদান কৰা নাই৷ যাৰ বাবে এতিয়াও এয়া সম্ভৱ হ’বনে ক’ব পৰা নাযায়৷ কিন্তু এটা কথা ঠিক যে টেছলাৰ গাড়ী মুকলি নকৰিলেও অন্য কেইবাটাও গাড়ী প্ৰস্তুতকাৰী সংস্থাই ভাৰতত অচিৰেই ইলেক্ট্ৰিক গাড়ী মুকলি কৰিব৷ ২০২১ চনত বিশ্বত ইলেক্ট্ৰিক গাড়ী আৰু বাইকৰ ব্যৱসায় ১,৪৩,৫০০ কোটি ডলাৰৰ পৰা আগন্তুক ২০২৭-ত ১৫,৩৯, ৮০০ কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?
বাণিজ্য

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

September 1, 2026
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
Next Post
ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

ফিফাৰ জ্বৰত আক্ৰান্ত বিশ্ববাসী! বিশ্বকাপ খেলিলে কিমান টকা পাব মেছি, নেইমাৰ, ৰোনাল্ডোৱে?

আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

আজি অৰ্ডাৰ কৰক, ৩০ বছৰ পাছতহে খাবলৈ পাব এইবিধ খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.