• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ মনোনীত বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ মনোনীত বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰা

1 year ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

55 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

4 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

6 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ মনোনীত বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰা

editor by editor
February 19, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ মনোনীত বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰা
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ মনোনীত বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰা।

বিশিষ্ট লেখক, চিন্তাবিদ তথা সুবক্তা ময়ূৰ বৰাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক জাননীযোগে বিশিষ্ট লেখকগৰাকীক এই পদৰ বাবে মনোনীত কৰাৰ বিষয়ে সদৰি কৰিছে ।

অসমীয়া আৰু ইংৰাজী মিলি ১৮ খনকৈ গ্ৰন্থৰ প্ৰণেতা ময়ূৰ বৰাই প্ৰায়বোৰ গ্ৰন্থৰ জৰিয়তে দীৰ্ঘদিন ধৰি অসমীয়া সমাজৰ বহুবোৰ প্ৰথাগত চিন্তা আৰু ৰক্ষণশীল মনোভাৱক যুক্তিৰে বিৰোধিতা কৰি সচেতন ৰাইজৰ মাজত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে ।

অসমৰ বহু মৰ্যাদাসম্পন্ন অনুষ্ঠানত বক্তৃতা প্ৰদান কৰা ময়ূৰ বৰাই অসমীয়া ইংৰাজী দুয়োটা ভাষাতে ভাষণ দিয়াৰ উপৰিও সুন্দৰ ৰসবোধেৰে নিজৰ ভাৱধাৰা উপস্থাপন কৰি দৰ্শক তথা শ্ৰোতাক আপ্লুত কৰি আহিছে।

২০২১ চনত আমেৰিকাৰ নৰ্থ কেৰলিনা ষ্টেট ইউনাভাৰ্চিটীৰ ছাত্ৰসমাজৰ আগত অসম আৰু অসমীয়াৰ গৰিমা সম্পৰ্কে ভাষণ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বৰাই ২০২৪ চনৰ জুন জুলাই মাহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়খন চহৰত মুঠ ৮ খন অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিছে ।

ইয়াৰে দুটা বক্তৃতাৰ বিষয়বস্তু আছিল শংকৰদেৱৰ বহুমুখী প্ৰতিভা আৰু মানৱতাবাদী ভাবাদৰ্শৰ প্ৰাসংগিকতা ।

উল্লেখযোগ্য যে ২০২৪ চনৰ ২০ জুলাই তাৰিখে আটলাণ্টা চহৰত বৰাই দিয়া বক্তৃতাটোৰ জৰিয়তে অসমৰ সমাজত বিভিন্ন ধৰ্মাৱলম্বীলোকৰ মাজত থকা সমন্বয় সম্প্ৰীতিৰ কথা জানিব পাৰি ভাৰতৰ কনচাল জেনেৰেলেও বৰাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছিল ।

নাবাৰ্ডৰ দৰে এটা কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষস্থানীয় বেংকৰ জ্যেষ্ঠ বিষয়া হিচাপে ২৫ বছৰতকৈও অধিক কাল ভাৰতৰ বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি ২০২১ চনত স্বেচ্ছাই অৱসৰ লোৱা ময়ূৰ বৰাৰ বিপুল অভিজ্ঞতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকসমাজ আৰু ছাত্ৰসমাজ উভয়কে সমৃদ্ধ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamGauhayti UniversityGuahatiLiteratureMayur Bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে

কাইলৈ বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাট কোহলিৰ হাতত, পৰিগণিত হ'ব প্ৰথমজন ভাৰতীয় হিচাপে

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.