• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷’ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

‘যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷’ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

6 months ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

3 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

4 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

5 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

6 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

6 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

7 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

8 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

8 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

9 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷’ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

'যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷' ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

editor by editor
September 20, 2025
in জীৱনশৈলী, লেখা
0
‘যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷’ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে শেষ সাক্ষাৎকাৰ দি গৈছে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীক৷ জুবিনৰ মৃত্যুৰ বাতৰি পায় আবেগিক লৈ ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত দিছে বিশেষ পোষ্ট৷ সেই সাক্ষাৎকাৰতেই জুবিনে কৈছিল সাগৰৰ কথা, পুনঃ জন্মৰ কথা৷ সেইদিনাও জুবিন শাৰীৰিকভাৱে বৰ সুস্থ নাছিল৷ ৰীতা চৌধুৰীয়ে লিখিছে-
‘সময়েও নীৰৱ কৰিব নোৱাৰে যি ঐশ্বৰিক কন্ঠক
আমাৰ মৰমৰ জুবিন
এই মুহূৰ্তত শিপালৈকে জোকাৰি যোৱা যি অবিশ্বাস্য বাস্তৱৰ আঘাত আৰু যাক ধাৰণ কৰিবলৈ অক্ষম শোক৷ তাক প্ৰকাশ কৰিবলৈ মোৰ কলম অসমৰ্থ৷ ছিংগাপুৰলৈ যোৱাৰ দুদিন আগত জুবিন আমাৰ ঘৰলৈ আহিছিল৷ মোৰ প’ডকাষ্টৰ অতিথি হৈ৷ তাৰ আটাইতকৈ দীঘল আৰু শেষ সাক্ষাৎকাৰটো সেইটোৱেই আছিল৷ কথাৰ মাজতে সি কৈছিল— ”সাগৰত একো নাই৷” যোৱাৰ পৰত সি মোক বাৰে বাৰে আকোঁৱালি লৈছিল৷ তাৰ ঠুনুকা যেন লগা গাটো তেতিয়া তিৰতিৰকৈ কঁপি আছিল৷ গাটো তপত আছিল৷ তাৰ শৰীৰ যে ভালে নাই সেই স্পৰ্শতেই মই গম পাইছিলোঁ৷ হাৰিব নজনা ল’ৰাটোৱে হাঁহি মুখেৰে মাত লগাই গুচি গৈছিল৷
আমাৰ মৰমৰ ল’ৰাটোক অসুস্থ অৱস্থাত ছিংগাপুৰলৈ কিয় গান গাবলৈ লৈ গ’ল? সময়ে কেতিয়াবাহে পৃথিৱীক উপহাৰ দিয়া এনে আপুৰুগীয়া এটা জীৱনৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ ফলত হোৱা এই অসময়-প্ৰস্থান অসহনীয়৷
কোনে জানে আকৌ কিমান শতিকা আমি অপেক্ষা কৰিব লাগিব সময়ৰ এনে উপহাৰলৈ!
মোক সি কৈ গৈছিল, ”যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷”
অগণিতজনৰ হৃদয়ৰ কেন্দ্ৰত চিৰস্থায়ী স্থান লাভ কৰা সময়াতীত এই সত্তা মৃত্যুহীন৷ অবিনাশী৷
প্ৰণাম৷🙏

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য বিচৰা নাই পৰিয়ালে, পিতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীতে বিচাৰিছে পৰিয়ালে

যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য বিচৰা নাই পৰিয়ালে, পিতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীতে বিচাৰিছে পৰিয়ালে

ফুল সিঁচি দিয়া বাটেৰে পুষ্পৰথত উঠি ঘৰমূৱা হাৰ্টথ্ৰৱৰ পাৰ্থিৱ দেহ

ফুল সিঁচি দিয়া বাটেৰে পুষ্পৰথত উঠি ঘৰমূৱা হাৰ্টথ্ৰৱৰ পাৰ্থিৱ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.