• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল

আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল

1 year ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

1 hour ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

9 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

10 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

11 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

12 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

13 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

13 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

14 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

14 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

15 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল

editor by editor
June 17, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা আৰম্ভ আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা, মুঠ ১৩১খন খেলৰ আজি প্ৰথম খেল

আজিৰে পৰা আৰম্ভ হ’ব আই চি চিৰ সৰ্ববৃহৎ প্ৰতিযোগিতা। আজি ১৭ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ আৰম্ভ। এই প্ৰতিযোগিতাত মুঠ ১৩১ খন খেল খেলা হব, তাৰে আজি প্ৰথমখন ছিৰিজ আৰম্ভ হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত।

আন এক কাৰণত এই খেল অতিকে বিশেষ, কাৰণ এই টেষ্ট মেচখন শ্ৰীলংকাৰ কিংবদন্তি অল ৰাউণ্ডাৰ এঞ্জেলো মেথিউছৰ শেষ টেষ্ট মেচ হ’ব। এই মেচৰ পিছত ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোক বিদায় দিব মেথিউছে।

এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত মুঠ ১৩১খন খেল অনুষ্ঠিত হ’ব। য’ত অষ্ট্ৰেলিয়াই সৰ্বাধিক মেচ খেলিবলৈ ওলাইছে।

এইবাৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দলে ২০২৫-২৭ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক মেচ খেলিবলৈ ওলাইছে। এইবাৰ অষ্ট্ৰেলিয়াৰ দলে ২২খন আৰু ইংলেণ্ডৰ দলে ২১খন টেষ্ট মেচ খেলিব। অষ্ট্ৰেলিয়াৰ দলে ৱেষ্ট ইণ্ডিজৰ সৈতে টেষ্ট শৃংখলাৰ জৰিয়তে ডব্লিউ টি চিৰ নতুন চক্ৰ আৰম্ভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ দলে ২০ জুনৰ পৰা ভাৰতীয় দলৰ সৈতে ৫খন মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে।

এইবাৰ ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত মুঠ ১৮খন খেল খেলিবলৈ গৈ আছে। য’ত টিম ইণ্ডিয়াই বিদেশত ৯খন আৰু ঘৰুৱা ক্ষেত্ৰত ৯খন খেল খেলিব লাগিব। বৰ্তমান টিম ইণ্ডিয়া ইংলেণ্ড ভ্ৰমণত আছে, য’ত দুয়োটা দলৰ মাজত ৫খন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketICCTest Match
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
Next Post
ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬

ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.