• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

1 year ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

1 hour ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

2 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

3 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

3 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

4 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

4 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

6 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

6 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

7 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

7 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই

editor by editor
March 21, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
তথ্যপ্ৰযুক্তি আইনৰ অপব্যৱহাৰ কৰি কণ্টেণ্ট ব্লক ছেন্সৰচিপৰ অভিযোগ, ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিলে এলন মাস্কৰ সংস্থাই
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এইবাৰ কৰ্ণাটক হাইকৰ্টত গোচৰ তৰিছে এলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া এক্সে৷ এই সংস্থাৰ দাবী, ভাৰতীয় আইনৰ এক ধাৰা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে অনলাইনৰ বিষয়বস্তুৰ ওপৰত অবৈধভাৱে নিয়ন্ত্ৰণ আৰু চেন্সৰশ্বিপৰ চেষ্টা কৰিছে৷ ফলত অনলাইনত স্বাধীনভাৱে মতামত ব্যক্ত কৰাৰ বিষয়টো উপেক্ষিত হৈছে যিয়ে কাৰ্যত ছুপ্ৰিম কৰ্টক পৰবৰ্তী ৰায়ৰ বিৰুদ্ধাচৰণ৷

চৰকাৰী কৰ্তৃপক্ষক কোৱাৰ পাছতো কণ্টেন্ট অপসাৰণ বা ব্লক নকৰি দেশৰ তথ্যপ্ৰযুক্তি আইনৰ ভিত্তিত, এক্সৰ দৰে প্লেটফৰ্মসমূহে তেওঁলোকৰ আইনী সুৰক্ষা হেৰুৱাব পাৰে, যি নিৰাপদ আশ্ৰয় হিচাপে পৰিচিত আছিল৷ তথ্যপ্ৰযুক্তি আইনৰ ৭৯(৩ বি) ধাৰাৰ ব্যৱহাৰক চেলেঞ্জ কৰি কেন্দ্ৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে এক্সে৷ এই ক্ষেত্ৰত ২০১৫ চনৰ ছুপ্ৰিম কৰ্টৰ এটা ৰায়ৰ কথাও উল্লেখ কৰিছে সংস্থাটোৱে৷

সেই গোচৰত কোৱা হৈছিল, কেৱলমাত্ৰ সঠিক বিচাৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে বা ৬৯ (এ) ধাৰাত নিৰ্দিষ্ট পদ্ধতি অনুসৰি কোনো বিষয়বস্তু ব্লক কৰিব পাৰে৷ কিন্তু কেন্দ্ৰই এই ৬৯(এ) ধাৰাক উলংঘা কৰিছে৷ তথ্যপ্ৰযুক্তি আইনৰ ৬৯(ও) ধাৰাত কোৱা হৈছে যে অনলাইনৰ কোনো বিষয়বস্তু ব্লক কৰাৰ ক্ষমতা আছে চৰকাৰৰ৷ বিষয়বস্তুৰ বাবে জাতীয় নিৰাপত্তা, সাৰ্বভৌমত্ব বা আইনশৃংখলাৰ সমস্যা হব পাৰে বুলি ধাৰণা কৰিলে এই পদক্ষেপ লব পাৰে চৰকাৰে৷ এই প্ৰক্ৰিয়াটোৰ সৈতে তথ্যপ্ৰযুক্তি বিধি ২০০৯ জড়িত৷ যাৰ জৰিয়তে অনলাইনত কোনো বিষয়বস্তু ব্লক কৰাৰ পূৰ্বে এক নিৰ্দিষ্ট নিয়ম মানি চলা জৰুৰী৷

তথ্যপ্ৰযুক্তি আইনৰ ৭৯(৩ বি) ধাৰা অনুসৰি অনলাইনত কোনো বিষয়বস্তু মুছি পেলাব লাগে তেন্তে আদালতৰ নিৰ্দেশ বা চৰকাৰী বিজ্ঞাপ্তিৰ প্ৰয়োজন৷ এই ধাৰাত কোনো পৰ্যালোচনা প্ৰক্ৰিয়াৰ কথা বিশেষভাৱে উল্লেখ নাই৷ চৰকাৰী নিৰ্দেশৰ ৩৬ ঘণ্টাৰ মাজত অনলাইনত সংশ্লিষ্ট বিষয়বস্তু ডিলিট নকৰিলে বিশেষ সংস্থাটো আইনী ৰক্ষাকবচ হেৰুৱাব পাৰে৷ সংস্থাৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰো দাখিল কৰা হব পাৰে৷ এক্সৰ যুক্তি, তথ্যপ্ৰযুক্তি আইনৰ এই ধাৰাত সঠিকভাৱে বাখ্যা কৰা হোৱা নাই৷ যিয়েই নহওক হাইকৰ্টত গোচৰ ইতিমধ্যে ৰুজুও হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি
বিশ্ব

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য
প্ৰযুক্তি

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
Next Post
ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.