• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঝান্সিৰ ট্ৰেজিক হিৰ’! হাস্পতালত ৭শিশুক উদ্ধাৰ কৰা য়াকুবে কেনেকৈ হেৰুৱালে নিজৰ যমজসন্তানক?

ঝান্সিৰ ট্ৰেজিক হিৰ’! হাস্পতালত ৭শিশুক উদ্ধাৰ কৰা য়াকুবে কেনেকৈ হেৰুৱালে নিজৰ যমজসন্তানক?

2 years ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

17 minutes ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

30 minutes ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

50 minutes ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

2 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

3 hours ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

4 hours ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

5 hours ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

6 hours ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

14 hours ago
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

14 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঝান্সিৰ ট্ৰেজিক হিৰ’! হাস্পতালত ৭শিশুক উদ্ধাৰ কৰা য়াকুবে কেনেকৈ হেৰুৱালে নিজৰ যমজসন্তানক?

ঝান্সিৰ ট্ৰেজিক হিৰো! হাস্পতালত ৭শিশুক উদ্ধাৰ কৰা য়াকুবে কেনেকৈ হেৰুৱালে নিজৰ যমজসন্তানক?

editor by editor
November 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঝান্সিৰ ট্ৰেজিক হিৰ’! হাস্পতালত ৭শিশুক উদ্ধাৰ কৰা য়াকুবে কেনেকৈ হেৰুৱালে নিজৰ যমজসন্তানক?
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাৎ দেখিলে ধোঁৱা উলাইছে৷ কিছু আগুৱাই যাওঁতেই দেখা পায় জুইৰ লেলিহান শিখা৷ আগপিছ নাভাৱি জুইৰ মাজত সোমাই গ’ল তেওঁ৷ এটা এটাকৈ ৭টা শিশুক তাৰপৰা উদ্ধাৰ কৰি আনে৷ ৭টা শিশুক উদ্ধাৰ কৰি থাকোতেই তেওঁ পাহৰি পেলাইছিল নিজৰ কন্যাৰ কথা৷ তেওঁৰ কন্যাও ভৰ্তী হৈছিল হাস্পতালত৷ সেই ভয়াৱহ অগ্নিকাণ্ডত মৃত্যু হয় তেঁওৰ কন্যাৰ৷ জুই যমজ কন্যাই প্ৰাণ হেৰুৱাই ভয়াৱহ অগ্নিকাণ্ডত৷

এই মৰ্মান্তিক ঘটনাটো ঘটিছে ঝান্সি হাস্পতালত৷ যমজ সন্তানৰ পিতৃগৰাকীৰ নাম হৈছে য়াকুব মনছুৰি৷ য়াকুবে জনাইছে, যেতিয়া জুই লাগিছিল তেতিয়া তেওঁ ঝান্সি হাস্পতালৰ বাহিৰতেই আছিল৷ তেওঁ খিৰিকি ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে৷ তাতেই শাৰী শাৰীকৈ ৰখা হৈছিল বহু শিশুক৷ অন্য অভিভাৱকেও সেই ৰুমটোত সোমাবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল৷

য়াকুবে কোনোমতে সেই ৰুমত সোমাই ৭টা শিশুক উদ্ধাৰ কৰে৷ শিশুকেইটাক উদ্ধাৰ কৰাৰ পাছত হঠাৎ তেওঁৰ মনলৈ আহে যে তেওঁৰ সন্তানো এই হাস্পতালতেই ভৰ্তি হৈ আছে৷ তেওঁৰ কন্যা যিটো ৱৰ্ডত আছিল সেই ৱৰ্ড সম্পূৰ্ণ জুইয়ে ছানি ধৰিছিল৷ সেয়ে চেষ্টা কৰিও য়াকুব তাত প্ৰৱেশ কৰিব নোৱাৰিলে৷ তাৰপিছতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ পাছত উদ্ধাৰ হয় তেওঁৰ কন্যাৰ মৃতদেহ৷

ঝান্সিৰ জিলাপ্ৰশাসক অবিনাশ কুমাৰে জনোৱা অনুসৰি প্ৰাথমিক ৰিপৰ্টমতে ১০টা শিশুৰ মৃত্যু হৈছে৷ তাৰপাছতেই আৰু ৬গৰাকীৰ মৃত্যু হয়৷ দুৰ্ঘটনা কেনেকৈ হ’বলৈ পালে সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিছে ইউপি চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি
জীৱনশৈলী

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
Next Post
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

পাৰিশ্ৰমিকে বলীউডৰ সফল নায়ককো টক্কৰ দিয়ে! আল্লু অৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে চমকি উঠিব আপুনি

পাৰিশ্ৰমিকে বলীউডৰ সফল নায়ককো টক্কৰ দিয়ে! আল্লু অৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.