• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

2 years ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

22 minutes ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

54 minutes ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

1 hour ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

12 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

12 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

12 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

13 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

14 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

editor by editor
November 18, 2024
in জীৱনশৈলী
0
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰাপদ আৰু নিশ্চিত বিনিয়োগৰ কথা ক’লেই প্ৰথমেই মূৰত আহে ৰেকাৰিং ডিপ’জিটৰ কথা৷ ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে একেলগে সমস্ত টকা জমা দিয়াৰ প্ৰয়োজন নাই৷ প্ৰত্যেক মাহত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিলেই চলি যায়৷ আৰ ডিত বিনিয়োগৰ ক্ষেত্ৰত কোনো ভয় কৰাৰো প্ৰয়োজন নাই৷ সাধাৰণতে ৰেকাৰিং ডিপজিটৰ ম্যাদ ১২ মাহৰ পৰা ১০ বছৰ হ’ব পাৰে৷

ম্যাদ পূৰ্ণ হোৱাৰ পাছত সুদসহ মুঠ পৰিমাণৰ অৰ্থ সঞ্চয়কাৰীয়ে উঠাই ল’ব পাৰে৷ ইয়াত নেট বেংকিঙৰ মাধ্যমেৰে বা অনলাইনৰ মাধ্যমেৰেই ডিপজিট খোলাৰো সুযোগ দিছে বিভিন্ন বেংকে৷ আৰ ডি বা ৰেকাৰিং ডিপজিটত সুদ লাভ কৰে চক্ৰবৃদ্ধি হাৰত৷ বজাৰৰ ওঠানমাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই৷ সেয়ে ম্যাদ শেষ হ’লেই নিশ্চিত ৰিটাৰ্ণ আপুনি পাবই৷ সেয়ে মধ্যবিত্ত ভাৰতীয়ৰ বাবে ৰেকাৰিং ডিপজিট স্কিম অত্যন্ত জনপ্ৰিয়৷

পষ্ট অফিচৰ ওপৰিও দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকে ৰেকাৰিং ডিপজিট একাউণ্ট খোলাৰ সুবিধা দিছে৷ বিভিন্ন বেংকৰ সুদৰ হাৰ অৱশ্যে পৃথক পৃথক৷ কিমান বছৰৰ ম্যাদত ৰেকাৰিং ডিপজিট কৰা হৈছে তাৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ সামান্য বেছি৷

জানি থওক HDFC বেংকৰ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতি মাহত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা পাব পাৰে? HDFC বেংকে ৬০ মাহৰ ৰেকাৰিং ডিপোজিটৰ ক্ষেত্ৰত সাধাৰণ গ্ৰাহকসকলৰ প্ৰতি বছৰে ৭শতাংশ হাৰত সুদ অফাৰ কৰিছে৷ HDFC বেংকে মাহৰ ৰেকাৰিং ডিপজিটৰ ক্ষেত্ৰত ছিনিয়ৰ চিটিজেনক প্ৰতি বছৰে ৭.৫০ শতাংশ হাৰত সুদ অফাৰ কৰিছে৷

অৰ্থাৎ সাধাৰণ গ্ৰাহকে যদি HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপোজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁলোকে লাভ কৰিব ৩,৫৯,৬৬৭ টকা৷ একেদৰে ছিনিয়ৰ চিটিজেনে যদি HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁলোকে ৩,৬৪,৪৪৮ টকা পাব পাৰে৷ HDFC বেংক দেশৰ সকলোতকৈ ডাঙৰ প্ৰাইভেট বেংক৷ এই বেংকৰ ৰেকাৰিং ডিপোজিট গ্ৰাহকসকলক বাবে খুবেই জনপ্ৰিয়৷

HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপোজিট প্ৰতি মাহত ৫০০০ টকা জমা কৰিলে সাধাৰণ গ্ৰাহকক মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব পাৰে মুঠ  ৫৯,৬৬৭টকা পাব৷ HDFC বেংকৰ ৬০ মাহৰ ৰেকাৰিং ডিপজিটত প্ৰতি মাহে ৫০০০ টকা জমা কৰি ছিনিয়ৰ চিটিজেনে মেচিউৰিটিৰ সময়ত সুদ হিচাপে পাব পাৰে মুঠ ৬৪,৪৪৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

September 18, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
পাৰিশ্ৰমিকে বলীউডৰ সফল নায়ককো টক্কৰ দিয়ে! আল্লু অৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে চমকি উঠিব আপুনি

পাৰিশ্ৰমিকে বলীউডৰ সফল নায়ককো টক্কৰ দিয়ে! আল্লু অৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে চমকি উঠিব আপুনি

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.